• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফিনলেণ্ডত মাৰাথন প্ৰতিযোগিতাত সাফল্য মঙলদৈৰ উচ্চ শিক্ষিত যুৱকৰ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
May 20, 2019 6:47 am
Sagar-1-1140x570

ফিনলেণ্ডত মাৰাথনত অংশ লৈছে সাগৰ ৰাই ডেকাই (জাৰ্ছি নম্বৰ ১২৫২৫)। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰং জিলাৰ মঙলদৈ চহৰৰ এগৰাকী উচ্চ শিক্ষিত যুৱকে ফিনলেণ্ডত এক মাৰাথন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

এগৰাকী ২৯ বছৰীয়া চফল ডেকা সাগৰ ৰাই ডেকাই শনিবাৰে ফিনলেণ্ডৰ ৰাজধানী চহৰখনত অনুষ্ঠিত হোৱা ৩৯ সংখ্যক ৪২ কিলোমিটাৰ জোৰা হেলছিংকি চিটি মাৰাথনত অংশগ্ৰহণ কৰে।

Apply Now

হেলছিংকি চিটি মাৰাথনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৩০০০ অংশগ্ৰহণকাৰীয়ে যোগদান কৰিছিল। সাগৰে মাৰাথন প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি ৩ ঘন্টা ৪৫ মিনিটত সফলতাৰে দৌৰ সম্পন্ন কৰে।

এগৰাকী বিশিষ্ট শিশু সামাজিক কৰ্মী সাগৰৰ মাতৃ উপাসনা ডেকা আৰু এগৰাকী সুপৰিচিত উদ্যোগী পিতৃ মুকুল চন্দ্ৰ ডেকাও পুত্ৰৰ এই দু:সাহসিক অভিযানৰ সময়ত তাত উপস্থিতি আছিল। সাগৰৰ এই কৃতিত্বৰ কথা গৃহ চহৰ মঙলদৈৰ লগতে সমগ্ৰ অসমে তেওঁলোকৰ পৰাই ফোনৰ পৰাই লাভ কৰে।

তেওঁলোকে লগতে জানিবলৈ দিয়ে যে মাত্ৰ ৬০ শতাংশ অংশগ্ৰহণকাৰীয়েহে মাৰাথনটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে সাগৰে ৰাছিয়াৰ ছেন্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত ৪২ কিলেমিটাৰৰ আন্তৰ্জাতিক এৰ্গো হোৱাইট নাইটছ মাৰাথন আৰু লেহত অনুষ্ঠিত ৪২ কিলোমিটাৰৰ লাডাখ ফুল মাৰাথনত অংশগ্ৰহণ কৰিছিল।

সাগৰ হৈছে এছ আৰ ডি গ্ৰুপ অফ কোম্পানীৰ প্ৰতিষ্ঠাপক প্ৰসিদ্ধ ব্যৱসায়ী সুনন্দৰাম ডেকাৰ নাতিয়েক। মঙলদৈৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰি সাগৰে গোৱালিয়ৰৰ সিন্দিয়া বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে আৰু পাছত দিল্লীৰ হিন্দু কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

তেওঁ লগতে আন তিনিখন আগশাৰীৰ বিশ্ববিদ্যালয় য়ুনিভাৰ্ছিটি অফ আমষ্টাৰডাম, ফ্ৰান্সৰ ই ডি এইচ ই চি বিজনেছ স্কুল আৰু নেদাৰলেণ্ডৰ ৰ’টাৰডাম স্কুল অপ মেনেজমেন্টটো অধ্যয়ন কৰিছিল।

বৰ্তমান তেওঁ পৰিয়ালৰ এছ আৰ ডি গ্ৰুপ অফ কোম্পানীত নিয়োজিত হৈ আছে আৰু জিলাখনৰ লগতে ৰাজ্যখনত আয়োজিত সকলোবোৰ চাইক্লিং তথা মাৰাথন প্ৰতিযোগিতাত নিয়মিতভাৱে অংশগ্ৰহণ কৰি আহিছে।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd