• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তীক ৰাষ্ট্ৰীয় বন্ধ হিচাপে ঘোষণা কৰক : লোকসভাত মঙলদৈৰ বিজেপি সাংসদ দিলীপ শইকীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
November 20, 2019 5:25 pm
Dilip-Saikia

দিলীপ শইকীয়া

6.5k
VIEWS
Share on FacebookShare on Twitter

মঙলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ সাংসদ দিলীপ শইকীয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথিত ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰাৰ বাবে কেন্দ্ৰ চৰকাৰক আহ্বান জনাইছে।

বিজেপিৰ লোকসভাৰ সাংসদগৰাকীয়ে বুধবাৰে সদনৰ শূন্য কালত বিষয়টো উত্থাপন কৰে।

‘‘শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথিত ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰিলে অসমৰ জনসাধাৰণৰ আৱেগ আৰু অনুভূতিক সন্মান জনোৱা হ’ব,’’ শইকীয়াই কয়।

বিজেপিৰ সাংসদ গৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু সামাজিক ন্যায়ক সমগ্ৰ দেশত প্ৰচাৰ কৰাৰ বাবে এটা ফাউণ্ডেশ্যন স্থাপন কৰি বিভিন্ন অনুষ্ঠান আৰু কাম-কাজ কৰাৰ বাবেও দাবী জনায়।

উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনত দিলীপ শইকীয়াই মঙলদৈ লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছে।

বুধবাৰে লোকসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰসংগও উল্লেখ কৰে।

শ্বাহে সমগ্ৰ দেশতে এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি মন্তব্য কৰে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd