• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্যমন্ত্ৰী বীৰেণৰ শান্তিবাৰ্তাৰ পাছতো গুলীচালনা, বোমা বিস্ফোৰণ! মণিপুৰত নতুন বছৰ আৰম্ভ হ’ল বিশৃংখলতাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 1, 2025 5:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন বছৰৰ প্ৰথম দিনাই উত্তপ্ত মণিপুৰ। মঙলবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত সৃষ্টি হোৱা অশান্তিৰ বাবে মুখ্যমন্ত্ৰী বীৰেন সিঙে ক্ষমা বিচাৰিলে। সকলোকে অনুৰোধ কৰিছিল যে কি হৈছিল পাহৰি যাওক। নতুন বছৰত শান্তি ঘূৰি আহিব বুলি তেওঁ আশা কৰিছিল। বুধবাৰৰ এই ঘটনাই প্ৰশ্ন উত্থাপন কৰে যে মুখ্যমন্ত্ৰীৰ এই আবেদন ফলপ্ৰসূ হ’ব নে নহয়।

বুধবাৰে গভীৰ নিশা মণিপুৰৰ পশ্চিম ইম্ফল জিলাৰ কদংবন্দ অঞ্চলত উগ্ৰপন্থীয়ে আক্ৰমণ কৰে। সূত্ৰ অনুসৰি তেওঁলোকৰ লগত আছিল আধুনিক আগ্নেয়াস্ত্ৰ। উগ্ৰপন্থীয়ে কেইবাটাও গুলীচালনা কৰে। আকস্মিক আক্ৰমণৰ বাবেই আতংকিত হৈ পৰে গাঁওবাসী। আৰক্ষীৰ সূত্ৰ অনুসৰি বহু লোকে ঘৰ এৰি নিৰাপদ আশ্ৰয় বিচাৰি পলায়ন কৰে।

Apply Now

আৰক্ষীৰ মতে, মঙলবাৰে দুপৰীয়া ১ বজাৰ ওচৰত পাহাৰৰ ওপৰৰ পৰা উগ্ৰপন্থীয়ে কদংবণ্ডে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। পাহাৰৰ তলৰ গাঁওখনলৈ গুলী-বোমা নিক্ষেপ কৰিবলৈ ধৰিলে। লগে লগে গাঁওখনত নিয়োজিত স্বেচ্ছাসেৱী দলটোৱে প্ৰতিআক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।যি বিষয়ে নিৰাপত্তা বাহিনীকো অৱগত কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, বাহিনীয়ে ক্ষীপ্ৰতাৰে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই আক্ৰমণত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই।

প্ৰসংগক্ৰমে মঙলবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে ২০২৩ চনৰ মে’ মাহৰ পৰা চলি থকা অশান্তিৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিছিল। এই গোটেই বছৰটো দুৰ্ভাগ্যজনক হৈ পৰিছে বুলিও তেওঁ কয়। যোৱা বছৰৰ ৩ মে‘ৰ পৰা আজিলৈ যি ঘটিছে তাৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ। বহুতে আপোনজনক হেৰুৱাইছে। বহুতে ঘৰৰ পৰা ওলাই যাব লগা হৈছিল। ক্ষমা বিচাৰিছো। কিন্তু যোৱা তিনি-চাৰি মাহৰ পৰিস্থিতি দেখি মোৰ বিশ্বাস ২০২৫ চনত ৰাজ্যখনৰ পৰিস্থিতি স্বাভাৱিক হ’ব৷

যদিও মুখ্যমন্ত্রীয়ে আশাৰ কথা কৈছে, তথাপিও নতুন বছৰতো মণিপুৰত অশান্তি আৰু ভয় অব্যাহত আছে বুলি বাস্তৱত দেখা গৈছে৷ মঙলবাৰে কংপোকোপি জিলাৰ ছাইকুলত স্থানীয় লোক আৰু নিৰাপত্তাৰক্ষীৰ মাজত ব্যাপক সংঘৰ্ষৰ পাছত জাৰি কৰা হয় কাৰ্ফিউ। ইয়াৰ পাছত মঙলবাৰে গভীৰ নিশা পশ্চিম ইম্ফলত অশান্তি বিয়পি পৰে। উগ্ৰপন্থীয়ে পাহাৰৰ ওপৰৰ পৰা গাঁওখনত গোলাবৰ্ষণ আৰু গুলীচালনাৰ অভিযোগ উত্থাপন কৰে।

দৰাচলতে মাজে মাজে দুয়োখন জিলা কাংপকপি আৰু পশ্চিম ইম্ফলত অশান্তিৰ খবৰ পোৱা যায়। অৱশ্যে ৰাজ্যজুৰি কঠোৰ সতৰ্কতা অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনী আৰু স্থানীয় আৰক্ষীয়ে। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে মঙলবাৰে কয় যে পশ্চিম ইম্ফল, পূব ইম্ফল, কংপোকপি আৰু চুৰাচান্দপুৰ জিলাত দুহেজাৰৰো অধিক স্থানচ্যুত পৰিয়ালক সংস্থাপন কৰা হৈছে। যোৱা কেইমাহমানৰ ভিতৰত সমগ্ৰ ৰাজ্যত ৬ হাজাৰৰো অধিক আগ্নেয়াস্ত্ৰ আৰু গোলাবাৰুদ জব্দ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd