DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

মণিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা: ৭ গৰাকী ছাত্ৰী নিহত, আহত ৪০ গৰাকীৰো অধিক ছাত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2022 7:01 pm
road accident in Manipur
86
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ ন’নী জিলাত আজি সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। জিলাখনৰ লংছাই অঞ্চলৰ সমীপৰ পুৰণি কাছাৰ পথৰ কাষত এখন স্কুল বাছ বাগৰি পৰাৰ ফলত থিতাতে ৭ গৰাকী ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৪০ গৰাকীৰো অধিক ছাত্ৰী আহত হয়।

আহত শিক্ষাৰ্থীসকলৰ ভিতৰত দহগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, থৌবাল জিলাৰ থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক কঢ়িয়াই নিয়া বাছখন নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰিছিল।

মণিপুৰৰ ন’নী জিলাৰ খৌপুমলৈ শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে দুখন বাছত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকল যাত্ৰা কৰিছিল। ৰাজ্যখনৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ নিলগৰ মণিপুৰৰ লংছাই অঞ্চলৰ সমীপত বাছখন দুৰ্ঘটনাত পতিত হয়।

আহত ৪০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৪ গৰাকীক ইম্ফলৰ ৰিজিঅ’ন ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (আৰ আই এম এছ), আৰু ২৬ গৰাকীক ইম্ফলৰ ৰাজ মেডিচিটি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

এই দুৰ্ঘটনাৰ পাছতে মণিপুৰৰ শিক্ষামন্ত্ৰী বসন্তকুমাৰ ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। আনহাতে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙেও ৰিমছ আৰু ৰাজ মেডিচিটিত উপস্থিত হৈ আহত শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ বুজ লয়।

Recent News

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

Sharjeel Imam

কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd