• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মণিপুৰৰ ক’ৰ’না ভাইৰাছ আক্ৰান্ত যুৱতীগৰাকীৰ সহযাত্ৰীসকলৰ সন্ধান লাভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 25, 2020 1:58 pm

2 min read

Coronavirus-750x375.jpg1

প্ৰতিনিধিত্বমূলক ছবি

41.9k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ এগৰাকী ২৩ বছৰীয়া যুৱতীৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা পিছতে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ গোটেই ৰাজ্যসমূহতে আতংকই বিৰাজ কৰা পৰলিক্ষিত হৈছে।

যুৱতীগৰাকী শৰীৰত মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰা লগে লগে যুৱতী গৰাকীৰ সংস্পৰ্শলৈ অহা লোকসকলৰ সন্ধান আৰম্ভ কৰা হয়।

ত্ৰিপুৰাত যুৱতী গৰাকীৰ সংস্পৰ্শলৈ অহা ১১ গৰাকী লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে।

ক’ৰ’নাক্ৰান্ত যুৱতী গৰাকীয়ে ইউনাইটেড কিংডমৰ ভ্ৰমণ সামৰি দিল্লীৰ পৰা যোৱা ২১ মাৰ্চত ত্ৰিপুৰাৰ এমবিবি বিমানবন্দৰ হৈ গৃহ ৰাজ্য মণিপুৰলৈ গৈছিল। ভাৰতীয় বিমান প্ৰাধিকৰণৰ কৰ্তৃপক্ষৰ এক সূত্ৰই প্ৰকাশ কৰিছে এই কথা।

‘যুৱতী গৰাকীয়ে ত্ৰিপুৰাত বিমানৰ পৰা নমা নাছিল কিন্তু উক্ত বিমানখনত তাইৰ লগত কিছুমান সহযাত্ৰী আছিল যিসকল যাত্ৰীয়ে দিল্লীৰ পৰা কলকতা হৈ ত্ৰিপুৰা আৰু মণিপুৰলৈ গৈছিল। আমি যাত্ৰীসকলৰ নম্বৰৰ সৈতে সকলো তথ্য ইতিমধ্যে স্বাস্থ্য বিভাগলৈ প্ৰেৰণ কৰিছো।’ ভাৰতীয়  বিমান প্ৰাধিকৰণৰ সূত্ৰই এইদৰে কয়।

ৰাজ্যিক ক’ৰ’না ভাইৰাছ নডেল বিষয়া ডাঃ দ্বীপ দেৱবৰ্মনে কয়, ‘আমি ইতিমধ্যে যাত্ৰীসকলৰ ভিতৰৰ ১১ গৰাকী যাত্ৰীক চিনাক্ত কৰি তেওঁলোকৰ সৈতে যোগাযোগ কৰিছো। তাইৰ সহযাত্ৰীসকলক বিভাগীয়ভাৱে সন্ধান কৰি তেওঁলোকক নিৰীক্ষণ কৰি থকা হৈছে। আশা কৰো কাইলৈ ভিতৰতে তেওঁলোকৰ ৰিপ’ৰ্টসমূহ লাভ কৰিম।’

তেওঁ লগতে আৰু কয় যে তেওঁলোকৰ সকলোকে চিকিৎসালয় কোৱাৰেণ্টাইন কৰা হৈছে।

Recent News

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd