DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ দৰেই ৰাজ্যখনত এন আৰ চি বিচাৰিছে মণিপুৰ চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2019 7:51 am
5-7-1140x570

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিং। ফাইল ফটো

1.3k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰ চৰকাৰে ৰাজ্যখনত অসমৰ দৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী(এনআৰ চি) ৰূপায়ন হোৱাটো বিচাৰিছে।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে সোমবাৰে গুৱাহাটীত উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চা(নেডা)ৰ সন্মিলনৰ উপস্থিত থকাৰ মাজতে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে।

‘’আমি কেন্দ্ৰক অসমত হোৱা এন আৰ চিৰ দৰে ৰাজ্যখনতো এক এন আৰ চিৰ দৰে কাম ৰূপায়নৰ বাবে অনুৰোধ জনাম,’’-মণিপুৰৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কয়।

‘’আমি ইতিমধ্যেই ৰাজ্যখনত এখন এন আৰ চিৰ বাবে এটা প্ৰস্তাৱত অনুমোদন জনাইছো,’’-মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয়।

‘’আমাৰ লগতে উত্তৰ-পূবৰ বহু ৰাজ্যত এখন এন আৰ চিৰ প্ৰয়োজন,’’-মুখ্য মন্ত্ৰী বীৰেন সিঙে কয়।

‘’এখন এন আৰ চিৰ বাবে মণিপুৰ চৰকাৰে ইতমধ্যে কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছে,’’- তেওঁ লগতে জানিবলৈ দিয়ে।

‘’কেন্দ্ৰ এইক্ষেত্ৰত সম্পূৰ্ণ স্পষ্ট যে ই দেশৰ কোনো ঠাইতে অবৈধ অনুপ্ৰৱেশকাৰী থাকিবলৈ অনুমতি নিদিয়ে,’’-সিঙে কয়।

তেওঁ লগতে কয় যে মণিপুৰত এন আৰ চি ৰূপায়ন এক গতানুগতিক প্ৰক্ৰিয়া হ’ব।

‘’এয়া কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে কৰা হ’ব,’’-মণিপুৰৰ মুখ্য মন্ত্ৰী সিঙে লগতে কয়।

Recent News

new Parliament building

নতুন সংসদ ভৱনক লৈ আন এক বিতৰ্ক: ভৱনৰ ডিজাইনক কফিনৰ সৈতে তুলনা আৰজেডি-ৰ

নতুন সংসদ ভৱন উদ্বোধনৰ দিনাই উত্তাল যন্তৰ মন্তৰ; আটক বজৰং পুনিয়া, সাক্ষী মালিক

নতুন সংসদ ভৱন উদ্বোধনৰ দিনাই উত্তাল যন্তৰ মন্তৰ; আটক বজৰং পুনিয়া, সাক্ষী মালিক

ইউক্ৰেইনৰ প্ৰত্যাঘাত! ৰাছিয়াৰ দুটা অঞ্চলত ড্ৰ’ন আক্ৰমণ; ভয়ংকৰ বিস্ফোৰণ

ইউক্ৰেইনৰ প্ৰত্যাঘাত! ৰাছিয়াৰ দুটা অঞ্চলত ড্ৰ’ন আক্ৰমণ; ভয়ংকৰ বিস্ফোৰণ

গুজৰাট মডেল! মাধ্যমিক বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১৫৭খন বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে ফেইল

গুজৰাট মডেল! মাধ্যমিক বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১৫৭খন বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে ফেইল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd