• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

উত্তপ্ত মণিপুৰত গুলীয়াই হত্যা আৰক্ষী বিষয়াক: বিদ্ৰোহীৰ এম্বুছত আহত তিনি কমাণ্ডো

আক্ৰমণত কুকি বিদ্ৰোহী গোট জড়িত থকাৰ সন্দেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2023 9:37 am
Manipur
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। ৰাজ্যখনৰ হিংসাজৰ্জৰ পৰিস্থিতিৰ সাময়িক উপশম ঘটিছিল যদিও কালি পুনৰ হিংসাই জোকাৰি তোলে। বিদ্ৰোহী গোটৰ আক্ৰমণত মঙলবাৰে ৰাজ্যখনত নিহত হয় এগৰাকী আৰক্ষী বিষয়া।

লগতে এই হত্যাকাণ্ডৰ পিছতে সীমান্তৰ এক অঞ্চললৈ প্ৰেৰণ কৰা মণিপুৰ আৰক্ষীৰ কমাণ্ডোৰ এটা দলক যাত্ৰাপথতে সন্দেহযুক্ত বিদ্ৰোহীয়ে এম্বুছ চলোৱাৰ ফলত তিনিগৰাকী কমাণ্ডো আহত হয়।

Apply Now

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, এই আক্ৰমণৰ পিছতে আছাম ৰাইফলছৰ সৈন্যই এম্বুছ স্থলীত উপস্থিত হৈ আৰক্ষীৰ কমাণ্ডো দলটোক উদ্ধাৰ কৰে। আহত জোৱান কেইজনক চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি লগতে সদৰী কৰা হৈছে।

ইফালে এই ঘটনাৰাজিক লৈ আন এক অভিযোগো উত্থাপন হৈছে। কুকি নাগৰিক সমাজৰ গোটসমূহৰ অভিযোগ, আৰক্ষী কমাণ্ডোৱে নিৰ্বিচাৰে বল প্ৰয়োগ কৰাৰ ফলশ্ৰুতিত কুকি গাঁৱৰ স্বেচ্ছাসেৱকসকলে প্ৰতিশোধমূলকভাৱে গুলীচালনা কৰে।

মণিপুৰ চৰকাৰে সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰিবলৈ মৰেহত ৰাজ্যিক বাহিনী মোতায়েন কৰাৰ অভিযোগ উত্থাপন কৰি চহৰখনৰ পৰা আৰক্ষী প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰক দাবী জনাইছে কুকি নাগৰিক সমাজৰ গোটসমূহে।

উল্লেখ্য যে, ৰাজ্যৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ১১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী বাণিজ্যিক চহৰ টেংগনৌপালৰ মৰেহত কালি সন্দেহযুক্ত বিদ্ৰোহীৰ গুলীত আৰক্ষী বিষয়াজনৰ মৃত্যু হৈছিল।

নিহত বিষয়াগৰাকীক চিংথাম আনন্দ বুলি চিনাক্ত কৰা হৈছে। হেলিপেড নিৰ্মাণৰ তদাৰক কৰি থকা অৱস্থাত সন্দেহযুক্ত বিদ্ৰোহী স্নাইপাৰে গুলীয়াই হত্যা কৰিছিল জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীক।

আৰক্ষী বিষয়াজনক হত্যা কৰা সন্দেহযুক্ত বিদ্ৰোহী গোটৰ বিৰুদ্ধে অভিযানৰ উদ্দেশ্যে মণিপুৰ আৰক্ষীৰ কমাণ্ডো বাহিনীক মৰেহলৈ প্ৰেৰণ কৰে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছিল।

লক্ষণীয়ভাৱে ৩ মে’ত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ পিছৰে পৰা মৰেহত নিয়োজিত হৈ আছে মণিপুৰ আৰক্ষীৰ কমাণ্ডোৰ এটা সৰু দল। এতিয়া এই দলটোৰ লগতে সীমান্ত নিৰাপত্তা বাহিনী আৰু অতিৰিক্ত আৰক্ষী জোৱানক মোতায়েন কৰা হৈছে।

সেনাৰ স্থানান্তৰ সহজ কৰি তোলাৰ লক্ষ্যৰে চহৰখনত ৰাজ্য চৰকাৰ আৰু বি এছ এফে যৌথভাৱে নিৰ্মাণ কৰিছে নতুন হেলিপেড।

আনহাতে মণিপুৰ চৰকাৰে মৰেহলৈ আৰক্ষী পঠিয়াই কুকি সাধাৰণ নাগৰিকৰ বিৰুদ্ধে নিৰ্বিচাৰ অভিযান আৰম্ভ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰি কুকি নাগৰিক সমাজৰ গোটসমূহে তীব্ৰ গৰিহণা দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd