DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

৩ এপ্ৰিললৈকে তিহাৰতে চিছ’দিয়া: ভাৰ্চুৱেল শুনানিৰ বাবে আবেদন দাখিলৰ পৰামৰ্শ আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2023 4:37 pm
Sisodia
122
VIEWS
Share on FacebookShare on Twitter

সুৰা কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩ এপ্ৰিললৈ বৃদ্ধি কৰিছে দিল্লীৰ এক আদালতে। ফলশ্ৰুতিত ৩ এপ্ৰিললৈকে তিহাৰ কাৰাগাৰতে কাৰাবন্দী হৈ থাকিব লাগিব আপ নেতাগৰাকী।

আদালতে লগতে চিছ’দিয়াক পৰৱৰ্তী শুনানিৰ বাবে ভাৰ্চুৱেলি হাজিৰ হ’ব বিচাৰিলে অনুৰোধ দাখিল কৰিবলৈ পৰামৰ্শ দিয়ে। দুই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তদন্তৰ সন্মুখীন হোৱা চিছ’দিয়াই আজি ভাৰ্চুৱেলি শুনানিত হাজিৰ হয়।

তদন্ত বাকী থকা বুলি উল্লেখ কৰি চিবিআইয়ে তেওঁৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰিবলৈ অনুৰোধ জনোৱাৰ পিছতে আদালতে চিছ’দিয়াৰ জিম্মাৰ সময়সীমা ১৪ দিন বৃদ্ধি কৰে।

ইফালে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটেও শুকুৰবাৰে চিছ’দিয়াৰ জিম্মাৰ ম্যাদ সাত দিনৰ বাবে বৃদ্ধিৰ আবেদন জনাইছিল আদালতত। আপ নেতাগৰাকীয়ে দিল্লীৰ আবকাৰী নীতিৰ গোচৰৰ তদন্তত বাধাৰ সৃষ্টি কৰিবলৈ ডিজিটেল প্ৰমাণ ধ্বংস কৰা বুলি তদন্তকাৰী সংস্থাটোৱে অভিযোগ কৰিছিল।

উল্লেখ্য যে, দিল্লীৰ নতুন আবকাৰী নীতি প্ৰণয়ন আৰু কাৰ্যকৰীকৰণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগত চিবিআই- এ গ্ৰেপ্তাৰ কৰিছিল চিছ’দিয়াক। ইয়াৰ পিছতে ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰত বন্দী অৱস্থাতে ৯ মাৰ্চত তেওঁক পুনৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে গ্ৰেপ্তাৰ কৰিছিল।

Recent News

ৰে’ল দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ইউটিউবাৰ কেৰিমিনটিৰ সাহায্য : লাইভষ্ট্ৰিম যোগে সংগ্ৰহ ১১ লাখ টকা 

ৰে’ল দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ইউটিউবাৰ কেৰিমিনটিৰ সাহায্য : লাইভষ্ট্ৰিম যোগে সংগ্ৰহ ১১ লাখ টকা 

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ প্ৰতিবাদী মল্লযুঁজাৰুৰ; দ্ৰুত অভিযোগনামা দাখিলৰ দাবী

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ প্ৰতিবাদী মল্লযুঁজাৰুৰ; দ্ৰুত অভিযোগনামা দাখিলৰ দাবী

১২ জুনত পাটনাত আলোচনাত মিলিত নহয় বিৰোধী, বৈঠক স্থগিত; পুনৰ কেতিয়া বহিব?

১২ জুনত পাটনাত আলোচনাত মিলিত নহয় বিৰোধী, বৈঠক স্থগিত; পুনৰ কেতিয়া বহিব?

World Environment Day 2023: জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়

World Environment Day 2023: জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd