• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘শিক্ষাৰ ৰাজনীতি’ বনাম ‘কাৰাগাৰৰ ৰাজনীতি’: তিহাৰৰ বন্ধ কুঠৰীৰ পৰা মুকলি চিঠি চিছ’দিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2023 7:07 am
Manish Sisodia's Letter
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত ন্যায়িক জিম্মাৰ আধাৰত তিহাৰ কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই বৃহস্পতিবাৰে বন্ধ কুঠৰীৰ পৰাই লিখিছে এখন মুকলি চিঠি। ‘শিক্ষা ৰাজনীতি’ বনাম ‘কাৰাগাৰৰ ৰাজনীতি’ শীৰ্ষক এই মুকলি পত্ৰখনত চিছ’দিয়াই শাসনাধিষ্ঠ বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।

চিছ’দিয়াই অভিযোগ কৰে যে, শিক্ষাৰ ৰাজনীতি গ্ৰহণৰ ক্ষেত্ৰত বিজেপিৰ সমস্যা আছে। তেওঁৰ মতে শিক্ষাৰ ৰাজনীতিয়ে নেতা নহয়, জাতি গঢ়ি তোলে। বিজেপিৰ বাবে শিক্ষাৰ ৰাজনীতিৰ ক্ষেত্ৰত এয়া প্ৰধান সমস্যা বুলি চিছ’দিয়াই দাবী কৰে।

Apply Now

পত্ৰখনত তেওঁ লিখিছে, “শিশুক গুণগত শিক্ষা দিয়াতকৈ ৰাজনৈতিক বিৰোধীক কাৰাগাৰলৈ নিক্ষেপ কৰাটো বহু সহজ। শিক্ষাৰ ৰাজনীতিৰ ক্ষেত্ৰত বিজেপিৰ প্ৰকৃত সমস্যা হ’ল যে, এই ৰাজনীতিয়ে নেতা নহয়, জাতি গঠন কৰে।”

তেওঁ লগতে লিখিছে, “শিক্ষাৰ ৰাজনীতি সহজ কাম নহয় আৰু নিশ্চিতভাৱে ৰাজনৈতিক সফলতাৰ ৰেচিপিও নহয়। আজি বিজেপিৰ শাসনত কাৰগাৰৰ ৰাজনীতি হয়তো জয়ী হ’ব পাৰে, কিন্তু ভৱিষ্যত শিক্ষাৰ ৰাজনীতিত।”

উল্লেখ্য যে, যোৱা মাহৰ শেষৰফালে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই- এ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰথম অৱস্থাত সংস্থাটোৰ জিম্মাত থকা আপ নেতাগৰাকীক শেহতীয়াকৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

ইয়াৰ পিছতে তেওঁক তিহাৰ কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছিল। ইফালে সুৰা নীতিত বিত্তীয় অনিয়মৰ তদন্ত চলাই থকা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে শেহতীয়া দুদিন তিহাৰ কাৰাগাৰতে চিছ’দিয়াক জেৰা কৰাৰ পিছত বৃহস্পতিবাৰ সন্ধিয়া তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

লক্ষণীয়ভাৱে আজি চিছ’দিয়াই চিবিআইৰ গোচৰত জামিনৰ বাবে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব আদালতে। কিন্তু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে আপ নেতাগৰাকীক পুনৰ গ্ৰেপ্তাৰ কৰাৰ ফলস্বৰূপে চিছ’দিয়াৰ কাৰাগাৰৰ পৰা বাহিৰ ওলোৱাৰ সম্ভাৱনা প্ৰায় ক্ষীণ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd