• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীজীৰ দৰে ইমান নিম্নমানৰ প্ৰধানমন্ত্ৰী দেখা নাই, পদমৰ্যাদাক তললৈ নমাই নিছে: মনমোহন সিং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2024 3:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ লোকসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীৰ্ঘদিন ধৰি কেবল ‘হিন্দু-মুছলিম’ৰ কথা কৈ আহিছে। শেহতীয়াকৈ পশ্চিমবংগত গৈও তেওঁ বাৰে বাৰে কৈছিল যে এই ৰাজ্যত হিন্দুসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰিছে। মনমোহন সিং নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ চকুৰ মণি আছিল মুছলমানসকল। সকলো সুবিধাতে মুছলমানক অগ্ৰাধিকাৰ দিয়া হৈছে।

মোডীৰ এই আক্ৰমণৰ প্ৰতি সঁহাৰি জনাইছে স্বল্পভাষী প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে। ইউ পি এ চৰকাৰৰ দুবাৰৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ কেতিয়াও কোনো সম্প্ৰদায়ক বিভাজনৰ দৃষ্টিৰে চোৱা নাই। কোনো ধৰ্মকে আন ধৰ্মতকৈ পৃথক দৃষ্টিৰে চোৱা নাই।

লগতে পঢ়কঃ মহাত্মা গান্ধীক অসন্মান কৰাৰ অভিযোগ; প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে এজাহাৰ দাখিল চলচ্চিত্ৰ নিৰ্মাতাৰ

Apply Now

অন্তিম পৰ্যায়ৰ ভোটদানৰ পূৰ্বে বৃহস্পতিবাৰে দেশবাসীলৈ লিখা এখন পত্ৰত মনমোহন সিঙে কয় যে তেওঁ এইবাৰ নিৰ্বাচনী প্ৰচাৰ অতি ভালকৈ চাই আছিল। মোডীজীয়ে সকলো সময়তে নিকৃষ্ট ঘৃণামূলক ভাষণ দি আহিছে। যিটো অতি বিভাজনকাৰী ৰাজনীতি। সেই পদৰ মৰ্যাদা হ্ৰাস কৰা দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী মোদীজী। তেওঁ প্ৰধানমন্ত্ৰীৰ পদৰ মৰ্যাদাৰ যি গুৰুত্ব তাক ম্লান কৰিছে।

দেশৰ আন কোনো প্ৰধানমন্ত্ৰী ইমান নিকৃষ্ট নাছিল। এই দাবী কৰি মনমোহনে লিখিছে, তেওঁ যিদৰে অসংসদীয় আৰু নিম্নমানৰ কথা ক’লে সেয়া ক’ব নোৱাৰি। তেওঁৰ ভাষণৰ ভাষা এটা নিৰ্দিষ্ট গোট বা বিৰোধীক লক্ষ্য কৰি লোৱা হৈছিল। মোৰ বিষয়েও ভুল কথা কৈছিল।

মনমোহনে লিখিছে, মই জীৱনত কেতিয়াও এটা সম্প্ৰদায়ক আনৰ সৈতে পৃথকে দেখা নাই। এয়া বিজেপিৰ বিশেষাধিকাৰ আৰু তেওঁলোক তাতেই অভ্যস্ত।

লগতে পঢ়কঃ সেনা শিবিৰত আক্ৰমণৰ অভিযোগত আলফা-স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাকে ধৰি ছয়জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

মনমোহন সিঙে দেশবাসীক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়। তেওঁৰ আবেদন জনাই কয় যে কেৱল কংগ্ৰেছেহে দেশৰ উন্নতি আৰু প্ৰগতিশীল ভৱিষ্যতৰ নিশ্চয়তা দিব পাৰে। সংবিধান অক্ষত ৰাখিবলৈ বদ্ধপৰিকৰ কংগ্ৰেছ। মই হাতযোৰ কৰি দেশবাসীলৈ আহ্বান জনাইছো, শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি, সৌহাৰ্দ্য, ভাতৃত্ববোধৰ পৰিবেশ ঘূৰাই আনক। বৰ্তমান এই বিভেদকামী শক্তিৰ পৰা দেশক ৰক্ষা কৰাটো দেশৰ প্ৰতিজন ব্যক্তিৰ কৰ্তব্য।

“In the past ten years, the BJP government has left no stone unturned in castigating Punjab, Punjabis and Punjabiyat.

750 farmers, mostly belonging to Punjab, were martyred while incessantly waiting at Delhi borders, for months together. As if the lathis and the rubber bullets… pic.twitter.com/xJZQrsT3f8

— Congress (@INCIndia) May 30, 2024

আল্লামা ইকবালৰ কবিতাৰ এটা শাৰী উদ্ধৃতি দি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে চিঠিখনৰ শেষত লিখিছে, ফিৰ উঠি আখিৰ সদা তৌহিদ কি পঞ্জাব ছে, হিন্দ কো এক মৰ্দ-ই-কামিল নে জগয়া ফিৰ খোয়াব ছে। জয়হিন্দ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd