• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘একেবাৰে সঠিক সিদ্ধান্ত ভাৰতৰ’, প্ৰথমবাৰৰ বাবে মোডী চৰকাৰৰ নীতিক সমৰ্থন মনোমোহন সিঙৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 9, 2023 9:03 am
1.1k
VIEWS
Share on FacebookShare on Twitter

মোডী চৰকাৰৰ চাৰে ৯ বছৰ হ’ল। প্ৰধানমন্ত্ৰী হিচাপে এই চাৰে ৯ বছৰত নৰেন্দ্ৰ মোদীয়ে এনে হাজাৰ হাজাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিবোৰক বিৰোধীয়ে সমালোচনা কৰিছে। বিমুদ্ৰাকৰণৰ পৰা আৰম্ভ কৰি কৃষক  আইনলৈকে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙেও তেওঁক একাধিক বিষয়ত সমালোচনা কৰিছে। কিন্তু এই চাৰে ৯ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে মনোমোহনৰ মুখত শুনা গ’ল মোডী চৰকাৰৰ এটা নীতিৰ প্ৰশংসা।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত পক্ষ নোলোৱাকৈ ভাৰতে নিজৰ অৰ্থনৈতিক স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত লোৱাৰ বিষয়টোক প্ৰশংসা কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। মনমোহনে কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ পৰিস্থিতিত ভাৰতৰ স্থিতি একেবাৰে শুদ্ধ।

লগতে পঢ়ক: দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘বিশ্বৰ যিকোনো দুটা শক্তিয়ে যেতিয়া ইজনে সিজনৰ বিৰুদ্ধে যুঁজ দিয়ে, তেতিয়া ই আন দেশৰ বাবে এক অতি জটিল পৰিস্থিতিৰ সৃষ্টি কৰে। কাৰ পক্ষ ল’ব সেইটো নিৰ্ণয় কৰাটো অতি কঠিন সিদ্ধান্ত হৈ পৰে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ পৰিস্থিতিত ভাৰতে নিৰপেক্ষ হৈ আছে, আৰু নিজৰ অৰ্থনৈতিক স্বাৰ্থ অক্ষত ৰখাৰ লগতে শান্তিৰ বাৰ্তাও দিছে, এয়া একেবাৰে সঠিক সিদ্ধান্ত।”

তদুপৰি, দেশত জি-২০ সন্মিলনৰ আয়োজনত সুখী হৈ পৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। তেওঁ কয়, “মই সুখী যে ভাৰতে মোৰ জীৱনকালত এই সন্মিলন আয়োজন কৰাৰ সুযোগ পালে। আমি বিভিন্ন দেশৰ ৰাষ্ট্ৰনেতাসকলক আদৰণি জনোৱাৰ সুযোগ পালোঁ।’

অৱশ্যে তেওঁ সোঁৱৰাই দিয়ে যে এই সুযোগ ভাৰতৰ বাবে প্ৰাপ্যই আছিল। ইয়াত চৰকাৰৰ কোনো অতিৰিক্ত কৃতিত্ব নাই। ইয়াৰ উপৰিও চৰকাৰে বৈদেশিক নীতিক ভোটৰ ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰিবলৈ যিদৰে চেষ্টা কৰিছে তাৰো বিৰোধিতা কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক: দিল্লী বিমানবন্দৰত নামিয়েই নাবালিকাক আলিংগন বাইডেনৰ; কোন এইজনী মায়া?

বৰ্তমান চৰকাৰলৈ তেওঁৰ পৰামৰ্শ, “আমাৰ সময়ছোৱাত ভোটৰ ৰাজনীতিত এনেদৰে বৈদেশিক নীতিৰ ব্যৱহাৰ হোৱা নাছিল। চৰকাৰৰ কূটনৈতিক সফলতা নিশ্চয় এটা ইছ্যু হ’ব পাৰে। কিন্তু বৈদেশিক নীতিক সদায় ভোটৰ ৰাজনীতিৰ সৈতে মিহলি কৰা উচিত নহয়।”

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd