• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লী বিমানবন্দৰত নামিয়েই নাবালিকাক আলিংগন বাইডেনৰ; কোন এইজনী মায়া?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 9, 2023 7:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ নতুন দিল্লীত উপস্থিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। শুকুৰবাৰে সন্ধিয়া তেওঁ দিল্লীত উপস্থিত হয়। তাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ৭ নং লোকমান্য মাৰ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহলৈ যায়। দুই ৰাষ্ট্ৰনেতা বৈঠকত মিলিত হয়।

ইপিনে, আমেৰিকাৰ ৰাষ্ট্ৰপতি বিমানখনৰ পৰা নামি অহাৰ পিছৰ মুহূৰ্তৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। য’ত দেখা গৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে এগৰাকী নাবালিকাক সাৱটি ধৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই ভিডিঅ’টোক লৈ আৰম্ভ হৈছে বিভিন্ন জল্পনা-কল্পনা। কোন এই নাবালিক?

লগতে পঢ়ক: বিমানৰ ভিতৰতে বিমানসেৱিকাক সাৱটি ধৰি চুম্বনৰ চেষ্টা; ভাৰতত গ্ৰেপ্তাৰ বাংলাদেশী যুৱক

Apply Now

শুকুৰবাৰে সন্ধিয়া দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এয়াৰ ফৰ্চ ৱান বিশেষ বিমানখনৰ পৰা নামে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। বিমানবন্দৰত তেওঁক আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী জেনেৰেল ভি কে সিঙে। ইয়াৰ উপৰিও বিমানবন্দৰত উপস্থিত আছিল আমেৰিকাৰ ৰাষ্ট্ৰদূত আৰু অন্যান্য নেতাসকল।

তেওঁলোকৰ পৰা উষ্ম আদৰণি লাভ কৰাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নাবালিকা এগৰাকীৰ সৈতে বহু সময় কথা পাতি থকা দেখা গ’ল। তাৰ পিছত জো বাইডেনে তেওঁক সাৱটি ধৰিলে।

লগতে পঢ়ক: কাৰখানা স্থাপনৰ আৰ্জিৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ কাষ চাপিল মহিলা; কৰিলে চন্দ্ৰলৈ প্ৰেৰণৰ উপহাস !

জানিব পৰা গৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে সাৱটি ধৰা নাবালিকাগৰাকীৰ নাম মায়া জুয়ানিতা গাৰ্চেট্টি। ১২ বছৰীয়া মায়া আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টীৰ একমাত্ৰ কন্যা। মায়া আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক ভাৰতলৈ আদৰিবলৈ পিতৃৰ সৈতে বিমানবন্দৰলৈ আহিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই ছোৱালীজনীৰ আন্তৰিক অভিনন্দনক আদৰণি জনায়।

#WATCH | G-20 in India: US President Joe Biden arrives in Delhi for the G-20 Summit

He will hold a bilateral meeting with PM Narendra Modi today pic.twitter.com/IVWUE0ft7E

— ANI (@ANI) September 8, 2023

উল্লেখ্য যে সন্ধিয়া প্ৰধানমন্ত্ৰীৰ বাসগৃহত মোডী আৰু বাইডেনক অতি আনন্দ মনেৰে আলোচনা কৰা দেখা যায়। বাইডেনক আদৰিবলৈ আৱাসগৃহৰ বাহিৰত ৰৈ আছিল মোডী। গাড়ীৰ পৰা নামি অহাৰ লগে লগে বাইডেনৰ সৈতে হাত মিলাই সম্ভাষণ জনায় মোডীয়ে। তাৰ পিছত আৱাসগৃহৰ ভিতৰত খোজ কাঢ়ি যোৱাৰ সময়ত ইজনে সিজনৰ কান্ধত হাত থৈ কথা পাতি যোৱাও দেখা যায়। কূটনৈতিক মহলৰ ধাৰণা যে এই দ্বিপাক্ষিক বৈঠকে অনাগত দিনত ভাৰত-আমেৰিকাৰ সম্পৰ্ক সুদৃঢ় কৰিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm
কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd