• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্যোগৰ দিনতো প্ৰদেশ কংগ্ৰেছত যোগদান বিজেপিৰ জিলা পৰিষদৰ নেতা-কৰ্মীৰ

কংগ্ৰেছ এৰি বিজেপিলৈ নেতাৰ সোঁতৰ বিপৰীতে ৰাজীৱ ভৱনত দেখা গ'ল এখন বিপৰীত ছবি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 2, 2021 9:21 pm
cong
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত কংগ্ৰেছ এৰি বিজেপিলৈ নেতাৰ সোঁত বৈছে তেনে সময়তে শুক্ৰবাৰে ৰাজীৱ ভৱনত বিপৰীত ছবি দেখিবলৈ পোৱা গ’ল।

আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মী সকলৰ মাজত উৎসাহ আৰু উদ্দীপনা বৃদ্ধি তথা সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰিবলৈ গুৱাহাটী মহানগৰী জিলা কংগ্ৰেছৰ এখন উদ্দীপনা সভা অনুষ্ঠিত হয় |

Apply Now

উক্ত সভাতে নিৰ্বাচনৰ প্ৰাক্ ক্ষণত বিজেপিয়ে দিয়া মিথ্যা প্ৰতিশ্ৰুতি বিশেষকৈ মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত নিৰ্বাচনৰ অন্তত বিজেপিয়ে মৰা ওলোটা খৰকে ধৰি নানানটা বিষয়ত অসন্তুষ্ট হৈ বিজেপিৰ নিৰ্বাচিত প্ৰাক্তন জিলা পৰিষদৰ সদস্য দ্বীপক কলিতা, কামৰূপ জিলা কিষাণ মৰ্চাৰ প্ৰাক্তন সম্পাদিকা প্ৰতিভা নাথ, আৰু বিজেপি সদস্য ক্ৰমে অভিজিৎ বায়ন, লক্ষ্যধৰ মহন্ত, যদু ঠাকুৰীয়াই কংগ্ৰেছ দলত যোগদান কৰে ।

কʼভিদ অতিমাৰীৰ ফলত বহুদিনৰ মূৰত পুনৰ একেলগ হোৱা কাৰ্যই কংগ্ৰেছ কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হোৱা বুলি দাবী কৰে ৰিপুন বৰাই |

কৰ্মী সকলক সম্বোধি দিয়া ভাষণত ৰিপুন বৰাই কয় “ধনে-জনে শক্তিশালী, মিথ্যা প্ৰচাৰ সৰ্বস্ব তথা ব্যাপক হিতাধিকাৰী সৃষ্টিৰে জাতিটোক অকামিলা কৰিবলৈ প্ৰস্তুত হোৱা বিজেপি দলৰ লগত মাত্ৰ .৮৯ শতাংশ ভোটত পিছ পৰা কাৰ্যত উৎসাহ নেহেৰুৱাবলৈ কৰ্মী সকলক আহ্বান জনাইছো।

তেওঁ লগতে উল্লেখ কৰি কয় যে বহু সময়ত বহু দ্বিগজ নেতা বিশেষকৈ প্ৰয়াত মোৰাৰজী দেশাই, ভিপি সিং, পি এ চাংমা, শাৰদ পাৱাৰৰ দৰে নেতায়ো কংগ্ৰেছ এৰি গৈছিল | তথাপিও কংগ্ৰেছ দল বটবৃক্ষৰ দৰে আজিও থিয় হৈ আছে বুলি দাবী কৰে ৰিপুন বৰাই।

ইয়াৰোপৰি সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অংশগ্ৰহণ কৰা
সম্পৰ্কেও আজিৰ সভাত বিস্তৰ ভাবে আলোচনা হয় আৰু এই নিৰ্বাচনত উন্নত ফল দেখুৱাবলৈ সকলোৱেই প্ৰতিশ্ৰুতিৱদ্ধ হয় |

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd