• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ বিপদঘন্টা! ‘খেলা হ’ব’ ত্ৰিপুৰাত; প্ৰাক্তন বিধায়ককে ধৰি ৪০জন কংগ্ৰেছীৰ তৃণমূলত যোগদান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2021 8:36 am
E7eefalXIAEK4Hn-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ খেলা হ’ব ত্ৰিপুৰাত। পশ্চিমবংগৰ পাছত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে তৃণমূল কংগ্ৰেছে।  I Pac  ইচ্ছ্যুত উত্তাল ত্ৰিপুৰাত এইবাৰ আৰম্ভ হৈছে দলবাগৰাৰ খেল।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক সুবল ভৌমিক, প্ৰকাশ দাসকে ধৰি কংগ্ৰেছৰ ৪০ জন বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীয়ে ত্ৰিপুৰা তৃণমূল কংগ্ৰেছত যোগদান কৰিছে।

Apply Now

বৃহস্পতিবাৰে সন্ধিয়া পশ্চিমবংগৰ শিক্ষামন্ত্ৰী ব্ৰাত্য বসু, সাংসদ কাকলি ঘোষ দস্তিদাৰ, ডেৰেক অ’ব্ৰায়েন আৰু আন এগৰাকী মন্ত্ৰী মলয় ঘটকৰ উপস্থিতিত এই যোগদান সম্পন্ন হয়।

তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাত সাংগঠনিক ভেটি শক্তিশালী কৰি তুলিবলৈ পৰিকল্পিতভাৱে আগবাঢ়িছে। দলটোৱে ৰাজ্যখনত তৃণমূলৰ অফিচিয়েল টুইটাৰ হেণ্ডল AITC Tripura আৰম্ভ কৰিছে।

বৃহস্পতিবাৰে ত্ৰিপুৰাত সংবাদমেলত তৃণমূল কংগ্ৰেছৰ নেতা তথা পশ্চিমবংগৰ শিক্ষামন্ত্ৰী ব্ৰাত্য বসুৱে কয় যে ত্ৰিপুৰাত বাওপন্থী, কংগ্ৰেছ আৰু বিজেপিক পৰীক্ষা কৰা হৈ গৈছে। বাকী আছে তৃণমূলৰ পৰীক্ষা।

দেওবাৰৰ পৰাই আইপ্যাক ইচ্ছ্যুত উত্তাল হৈ পৰিছে ত্ৰিপুৰাৰ ৰাজনীতি। প্ৰশান্ত কিশোৰৰ সংস্থা আইপ্যাকৰ ২৩জন সদস্যক হোটেলত বন্দী কৰি ৰখাক লৈ বিতৰ্কৰ সূত্ৰপাত হয়।

বৃহস্পতিবাৰে আৰক্ষীৰ গোচৰৰ ভিত্তিত আগতীয়া জামিন লাভ কৰে আইপ্যাকৰ সদস্যসকলে। মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ২৩জন সদস্যক জামিন দিয়ে।

তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতকাৰী প্ৰশান্ত কিশোৰৰ দলটোক হোটেলত বন্দী কৰাৰ অভিযোগত ত্ৰিপুৰা উত্তাল হৈ পৰে। কোভিড বিধি ভংগৰ অভিযোগত ১ আগষ্টৰ আগেয়ে আগৰতলা থানাত প্ৰশান্ত কিশোৰৰ সদস্যকেইজনক থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

ত্ৰিপুৰাত শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰি তৃণমূল কংগ্ৰেছে ৰাজ্যখনত সাংগঠনিক ভেটি মজবুত কৰিবলৈ উঠিপৰি লাগিছে।

ৰাজ্যখনত কংগ্ৰেছ দলৰ স্থিতি যথেষ্ট দুৰ্বল হোৱা হেতুকে দলটোৰ নেতা-কৰ্মীসকল বিকল্প হিচাপে তৃণমূলৰ প্ৰতি আকৰ্ষিত হৈছে।

আনহাতে, শাসনৰ পৰা বাহিৰত থকা চিপিআইএমৰ বৰ্তমান বিজেপিৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজ দিবলৈ নতুন নেতাৰ অভাৱ। দলটোৰ বৰ্ষীয়ান নেতা মানিক সৰকাৰৰ বয়সে বাধা আনি দিছে।

ইপিনে, পশ্চিমবংগত বিজেপিক এশিকনি দিয়া মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ বৰ্তমান উজ্জীৱিত হৈ পৰিছে আৰু বেংগলী অধ্যুষিত ত্ৰিপুৰা দখলৰ বাবে পৰিকল্পিতভাৱে অগ্ৰসৰ হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

July 24, 2026 12:23 pm
নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

July 24, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd