• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ভাৰত বিশ্বৰ বাবে সমস্যাস্বৰূপ হৈ পৰিব বুলি বহু লোকে ভয় খাইছিল : জনসাধাৰণলৈ লিখা পত্ৰত প্ৰধান মন্ত্ৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 30, 2020 2:13 pm

1 min read

আমফানত বিধ্বস্ত পশ্চিমবংগলৈ প্ৰধান মন্ত্ৰীৰ ১০০০ কোটি টকাৰ সাহায্য পেকেজ

নৰেন্দ্ৰ মোদী

15.5k
VIEWS
Share on FacebookShare on Twitter

দেশত ক’ৰ’নাৰ সংক্ৰমণৰ সময়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণলৈ এখন পত্ৰ লিখে।

পত্ৰখনত প্ৰধান মন্ত্ৰীয়ে বহু লোকে ভাৰতত ক’ৰ’নাৰ সংক্ৰমণৰ পাছত ভাৰত বিশ্বৰ বাবে সমস্যাস্বৰূপ হৈ পৰিব বুলি ভয় খাইছিল বুলি উল্লেখ কৰে।

ভাৰতৰ জনসাধাৰণৰ একতা, দৃঢ়তাই বিশ্বৰ ভাৰতৰ প্ৰতি দৃষ্টি সলনি কৰিবলৈ সক্ষম হ’ল বুলি মোদীয়ে পত্ৰখনত কয়।

ভাৰতীয় জনসাধাৰণৰ আত্মবিশ্বাস আৰু কৰ্মশক্তিয়ে বিশ্বৰ শক্তিশালী দেশৰ তুলনাতো বৰ্তমানলৈ ভাৰতক দৃঢ়স্থানত ৰাখিছে বুলি প্ৰধান মন্ত্ৰীয়ে লগতে কয়।

‘‘ক’ৰ’নাৰ সংক্ৰমণৰ পাছত বহুলোকে ভাৰত বিশ্বৰ বাবে সমস্যা হ’ব গৈ আছে বুলি ভয় খাইছিল কিন্তু আজি ভাৰতীয় জনসাধাৰণৰ আত্মবিশ্বাস আৰু দৃঢ়তাই বিশ্বৰ দৃষ্টিভংগী সলনি কৰিলে,’’ প্ৰধান মন্ত্ৰীয়ে লিখে।

আনহাতে, প্ৰধান মন্ত্ৰী মোদীয়ে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত হৃত অৰ্থনীতি পুনৰুদ্ধাৰৰ ক্ষেত্ৰতো ভাৰতে বিশ্ববাসীৰ আগত এক উদাহৰণ সৃষ্টি কৰিবলৈ সক্ষম হ’ব বুলি মত ব্যক্ত কৰে।

উল্লেখযোগ্য যে, ভাৰতত বৰ্তমান ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে চৰম ৰূপ ধাৰণ কৰিছে। বিগত দুটা দিনত ১৪,০০০ অধিক লোক দেশত ক’ৰ’না সংক্ৰমিত হৈছে।

দেশত বৰ্তমানলৈ ক’ৰ’নাৰ কবলত ৫০০০ অধিক লোকে প্ৰাণ হেৰুৱাইছে।

Recent News

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

a People-In-Delhi-Shouted-

মাজনিশা ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিত কঁপি উঠিল ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ, কোনে দিলে এই ধ্বনি?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd