• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দায়সৰা স্পষ্টীকৰণ! DGP কাৰ্য্যালয়, PWD কে ধৰি বিল পৰিশোধ নকৰা বিভাগৰ বিদ্যুৎ কৰ্তন কৰিবলৈ সাহস হ’বনে?

সৰিয়হৰ ডুলিতে ভূত! কোনে পৰিশোধ কৰিব ৰাজ্যৰ বিয়াগোম বিভাগৰ কোটি-কোটি টকাৰ বিদ্যুতৰ বিল?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 4, 2021 7:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদ্যুৎ চুৰি কৰাসকলক ৰঙা চকু দেখুওৱা স্বয়ং ৰাজ্যৰ DGP ৰ ঘোষণা আছিল “বিদ্যুৎ চুৰি নকৰিব আৰু সময়মতে বিল পৰিশোধ কৰক। অসম আৰক্ষীয়ে নিৰাপত্তা দিব বিদ্যুৎ কৰ্তন কৰিবলৈ যোৱা কৰ্মচাৰীক।”

কিন্তু অসমীয়াত এষাৰ কথা আছে নেচাই দালে গালে ঘাটি….

Apply Now

নৰ্থ ইষ্ট নাওৰ হাতত আহি পৰা তথ্য অনুসৰি স্বয়ং আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়ে কোটি কোটি টকাৰ বিদ্যুতৰ বিল পৰিশোধ কৰা নাই। হয়তো আৰক্ষী সঞ্চালক প্ৰধান মহোদয় এই ক্ষেত্ৰত অজ্ঞাত যে ‘আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়ে পৰিশোধ কৰা নাই ৩,৭২,০৭৭৭৬ টকা!

তথ্য অনুসৰি ২০২১ চনৰ মাৰ্চ মাহলৈকে পৰিশোধ কৰা নাই এই বিল।

এয়া মাথো এক উদাহৰণহে। ঠিক সেইদৰে আমি লাভ কৰা তথ্য অনুসৰি ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে ৪,২৯,৪৮,৯৭১ টকা, জলসিঞ্চন বিভাগে ৬,৩৯,৯৪,১২৫ টকা, জনস্বাস্থ্য কাৰিকৰী বিভাগে ২৬,৩১,২৫,২৪১ টকা, বন বিভাগে ৪,৯৪,০৮৫৭৩ টকা, IGP বিশেষ শাখাৰ কাৰ্য্যালয়ে ২৮,৯১,৫৮৭ টকা, মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ১,২৬,৭০,৬০৬ কোটি টকা চলিত বৰ্ষৰ মাৰ্চ মাহলৈকে বিদ্যুৎ মাছুল পৰিশোধ কৰা নাই।

ইতিমধ্যে, ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এইসমূহ তথ্য আৰু ইয়াক লৈ সৰৱ হৈ পৰিছে কৰদাতা নাগৰিকসকল।
এতিয়া প্ৰশ্ন হৈছে ‘চৰকাৰী কাৰ্য্যালয়ে যদি চৰকাৰক বিদ্যুতৰ মাছুল নিদিয়ে তেন্তে সাধাৰণ ৰাইজৰ ক্ষেত্ৰত কঠোৰ হৈছে কিয় ৰাজ্যৰ বিদ্যুত বিভাগ?

ডিজিপি কাৰ্য্যালয়কে ধৰি ৰাজ্যৰ অন্য বিভাগৰ বিদ্যুত সেৱা কৰ্তন কৰিবলৈ সাহস হ’ব নে?

ইফালে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়ৰ বিদ্যুতৰ বিল পৰিশোধ নকৰাক কেন্দ্ৰ কৰি আমি প্ৰতিক্ৰিয়া বিচাৰিছিলো police Security ৰ ADGP ৰ প্ৰতিক্ৰিয়া ল’বলৈ চেষ্টা কৰিছিলো যদিও তেওঁ প্ৰতিক্ৰিয়া দিয়াৰ পৰা বিৰত থাকে। তাৰোপৰি আমি এই সন্দৰ্ভত DGP ভাস্কৰজ্যোতি মহন্তৰ সৈতে যোগাযোগ কৰিছিলো যদিও তেওঁৰ সৈতে যোগাযোগ সম্ভৱ নহ’ল।

এতিয়া ‘সৰিয়হৰ ডুলিৰ ভূত’টো চৰকাৰৰ বিদ্যুৎ বিভাগে কেনেকৈ আঁতৰাই সেয়া সময়ত লক্ষণীয় হ’ব।

এই তথ্য ছ’চিয়েল মিডিয়া আৰু ডিজিটেল মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মুখ্য প্ৰবন্ধকৰ দায় সৰা প্ৰেছ বিজ্ঞপ্তি।

pl

জলসিঞ্চন, স্বাস্থ্য, সাধাৰণ প্রশাসন, গৃহ আৰু আৰক্ষী বিভাগকে ধৰি নটা চৰকাৰী বিভাগৰ বিদ্যুৎ বিল অসম চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে কেন্দ্রীয়ভাবে নিয়মীয়াকৈ পৰিশোধ কৰে। আৰক্ষী বিভাগৰ নামত এ পি ডি চি এল-য়ে দিয়া শেহতীয়া বিলখন সাধাৰণ প্রশাসন বিভাগৰ ওচৰতে আছে আৰু যাৱতীয় প্রক্রিয়াৰ পাছত আগৰ দৰেই এ পি ডি চি এল-য়ে এই বিলৰ ধন লাভ কৰিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd