• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী লৈকে এদিনতে ক’ৰ’ণাত আক্ৰান্ত বহু ৰাজনীতিক, এজনৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 3, 2020 7:07 am

2 min read

COVID19-positive-death-1140x570 (1)

প্ৰতিনিধিত্বমূলক ফটো।

297
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে দেশৰ বিভিন্ন ৰাজ্যত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে বহু কেইগৰাকী শীৰ্ষ ৰাজনীতিক।

তেওঁলোকৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী লৈকে বহু কেইগৰাকী শীৰ্ষ ৰাজনীতিক আছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাও এই মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈছে।

কৰ্ণাটক চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে সাধাৰণ অসুস্থতাত ভোগা য়েডিয়ুৰাপ্পাৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰাৰ পিছতে তেওঁ ক’ৰ’ণাত আক্ৰান্ত বুলি নিশ্চিত কৰা হয়।

ইয়াৰ পিছতে তেওঁক বাংগালুৰুৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাই টুইট যোগে সদৰী কৰা অনুসৰি তেওঁ বৰ্তমান সুস্থ হৈ আছে আৰু তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে তেওঁ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰোৱালৈ আহ্বান জনাইছে।

ইপিনে বিগত ২৪ ঘন্টাৰ ভিতৰতে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি স্বতন্ত্ৰ দেৱ সিং।

তেওঁৰ দেহত কোনো লক্ষণ নাই আৰু তেওঁ ঘৰতে চিকিৎসাধীন হৈ আছে।

এই সময়ছোৱাত ক’ৰ’ণাত আক্ৰান্ত হৈছে তামিলনাডুৰ ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিত।

তেওঁক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

অসমতো কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু তেওঁৰ পত্নী আক্ৰান্ত হয় ক’ৰ’ণাত।

বিগত ২৪ ঘন্টাত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটে উত্তৰ প্ৰদেশৰ কাৰিকৰী শিক্ষা দপ্তৰৰ মন্ত্ৰী কমলা ৰাণী বৰুণৰ।

Tags: COVID19

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd