• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৭৬পৃষ্ঠাৰ ইস্তাহাৰত ৫৩খন নৰেন্দ্ৰ মোদীৰ ছবি! নিয়োগ,মূল্যবৃদ্ধিৰ দৰে প্ৰসংগ উপেক্ষাৰ অভিযোগ বিৰোধীৰ

by
April 15, 2024 1:13 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছয়সত্তৰ পৃষ্ঠাৰ ইস্তাহাৰ। তাৰ ভিতৰত আছে নৰেন্দ্ৰ মোদীৰ ৫৩ ছবি।ইস্তাহাৰখনত নিয়োগৰ কথা মাত্ৰ দুবাৰহে উল্লেখ কৰা হৈছে। নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ দৰে শব্দও অনুপস্থিত ইস্তাহাৰত।আনকি ধনী আৰু দুখীয়াৰ মাজত আৰ্থিক বৈষম্যৰ বিষয়টোও এবাৰো উত্থাপন নকৰিলে শাসকীয় দলটোৱে৷

দিল্লীস্থিত বিজেপিৰ কাৰ্যালয়ত নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰাৰ পাছত কংগ্ৰেছে এই প্ৰশ্ন উত্থাপন কৰে যে বিজেপিৰ ইস্তাহাৰত নিবনুৱা আৰু মূল্যবৃদ্ধি শব্দ দুটা কিয় নাইকিয়া হ’ল? ৰাহুল গান্ধীয়ে অভিযোগ কৰি কয় যে, ‘বিজেপিৰ ইস্তাহাৰ আৰু নৰেন্দ্ৰ মোদীৰ ভাষণত দুটা শব্দ নোহোৱা হৈছে। মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যা। বিজেপিয়ে মানুহৰ জীৱনৰ সৈতে জড়িত দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব নিবিচাৰে।”

অসমীয়া নৱবৰ্ষৰ পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে সংবিধানৰ নিৰ্মাতা ড° ভীমৰাও আম্বেদকাৰৰ জন্মদিনত বিজেপিৰ ইস্তাহাৰ প্ৰকাশ কৰে। বিজেপিয়ে ইয়াক ইস্তাহাৰৰ পৰিৱৰ্তে সংকল্প পত্ৰ বুলি অভিহিত কৰে। ইফালে কংগ্ৰেছে অৱশ্যে ইস্তাহাৰখনক ‘মাফিনামা’ বুলি অভিহিত কৰে। দেশৰ যুৱক-যুৱতী, কৃষক, দলিত, আদিবাসী সকলৰ ওচৰত মোদীয়ে ক্ষমা খুজিব লাগে বুলি কংগ্ৰেছে দাবী কৰে৷ইপিনে আম আদমী পাৰ্টিয়ে ইস্তাহাৰখনক ‘জুমলাপাত্ৰ’ আখ্যা দিয়ে৷

Apply Now

বিজেপিৰ ইস্তাহাৰ প্ৰকাশ পোৱাৰ পিছত কংগ্ৰেছে সংবাদমেল অনুষ্ঠিত কৰি কয় যে- কংগ্ৰেছৰ ইস্তাহাৰত ৩০ লাখ চৰকাৰী চাকৰিৰ “গেৰাণ্টী” আছে। বিজেপিৰ ইস্তাহাৰত ইয়াৰ কোনো উল্লেখ নাই। কংগ্ৰেছে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। বিজেপিৰ ইস্তাহাৰত ইয়াৰ কোনো উল্লেখ নাই। কংগ্ৰেছে কৃষকৰ দাবী অনুসৰি শস্যৰ ন্যূনতম মূল্য বা এম এছ পিৰ আইনী নিশ্চয়তা প্ৰদানৰ আহ্বান জনাইছে। এই সন্দৰ্ভত বিজেপি মৌন। চৰকাৰী চাকৰিত মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ প্ৰতিশ্ৰুতি কংগ্ৰেছে দিছে। দৰিদ্ৰ মহিলাক বছৰি এক লাখ টকাৰ আৰ্থিক সাহায্য দিব বুলি কোৱা হৈছে। বিজেপিৰ ইস্তাহাৰত ইয়াৰ কোনো উল্লেখ নাই। কংগ্ৰেছে মণিপুৰত শান্তি প্ৰতিষ্ঠা কৰাৰ কথা ক’লে। বিজেপিয়ে এইক্ষেত্ৰত মৌনতা অৱলম্বন কৰিছে। স্থানীয় ৰাইজৰ দাবীৰ ভিত্তিত কংগ্ৰেছে লাডাখক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ সন্মত হৈছে। এই সন্দৰ্ভত বিজেপিয়ে একো কোৱা নাই। নৰেন্দ্ৰ মোদীয়ে বছৰি ২ কোটি চাকৰিৰ সৃষ্টি, কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ লগতে বহিঃৰাষ্ট্ৰত জমা হোৱা ক’লা ধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল।কিন্তু বাস্তৱত একো নহ’ল।

নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ ‘জুমলা পেপাৰ’ প্ৰকাশ কৰা বুলি অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টিৰ নেতা আতিশীয়ে।আতিশীয়ে কয়- প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ কথা ক’লে। সেই প্ৰতিশ্ৰুতি ২০১৯ চনৰ বিজেপিৰ ইস্তাহাৰতো আছিল।কিন্তু মোদীয়ে যোৱা ৯ বছৰে কোনো চাকৰি দিয়া নাই৷ স্নাতক, স্নাতকোত্তৰ যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ এতিয়া সৰ্বাধিক।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd