• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশুৰ কাকলিৰে মুখৰিত হ’ল নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালি

মিণ্টু দাস by মিণ্টু দাস
November 4, 2018 8:25 pm
Nagaon Book fair

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশুৰ কলৰৱৰে আজি মুখৰিত হৈ পৰিল নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালি । উত্তৰ-পূব শিশু গ্ৰন্থমেলাৰ আজি পঞ্চমটো দিনৰ কাৰ্যসূচী অনুসৰি পুৱাবেলা নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত অনুষ্ঠিত হয় ৰং আৰু সাধুৰ ধেমালি শীৰ্ষক এক ব্যতিক্ৰমধৰ্মী অনুষ্ঠান।

অকণিৰ সাহিত্য সভাৰ সঞ্চালক দুলাল বৰা আৰু চিত্ৰশিল্পী সুজিত দাসৰ পৰিচালনাত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানটিত সহস্ৰাধিক শিশুৱে অংশ লৈ ৰং-তুলিকাৰে প্ৰকৃতিৰ বিধ্বংসী ৰূপ প্ৰতিভাত কৰি তোলাৰ বিপৰীতে আন একাংশ শিশুৱে সাধুকোৱা, ৰচনা লিখা, কবিতা আবৃত্তি প্ৰতিযোগিতাত অংশ লৈ নিজৰ নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰে।

Apply Now

ইফালে, আন একাংশ শিশুৱে আকৌ সমান্তৰালভাবে বক্তৃতানুষ্ঠানখনতো অংশগ্ৰহণ কৰি পাণ্ডিত্যৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়। শিশুৰ এই বিশেষ অনুষ্ঠানটিত বিশিষ্ট চিত্ৰশিল্পী সমীৰণ বৰুৱা, শিশু সাহিত্যিক নূপুৰ মোমাইদেউ, দিলীপ কুমাৰ বৰুৱা, লোক সংস্কৃতিৰ গৱেষক বিষ্ণুৰাম মেধি আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই মনোগ্ৰাহী অনুষ্ঠানটিতে দেৱকান্ত হাজৰিকাৰ ‘চিলা’ নামৰ এখনি শিশুনাটো মঞ্চস্থ কৰা হয়। ইফালে এই অনুষ্ঠানটিতে শিশু সাহিত্যিক নূপুৰ মোমাইদেউৰ ‘কিচিৰ মিচিৰ টু টুত’ আৰু লক্ষীনাৰায়ণ বৰাৰ ‘মইনাহঁতৰ সঁফুৰা’ নামৰ শিশু গ্ৰন্থ দুখনিও উন্মোচন কৰা হয়। গ্ৰন্থ দুখনি উন্মোচন কৰে ক্ৰমে লোক সংস্কৃতিৰ গৱেষক বিষ্ণুৰাম মেধি আৰু বিশিষ্ট চিত্ৰশিল্পী সমীৰণ বৰুৱাই।

ইয়াৰ পিছতে বিয়লি গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হয় ‘শৰতৰ আবেলি শব্দমুখৰ প্ৰতিধ্বনি’ শীৰ্ষক কাব্য-গীতৰ অনুষ্ঠান। সুৰৰ পানচৈ শিল্পী সমাজৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বহু কেইগৰাকী নবীন-প্ৰবীন শিল্পী-সাহিত্যিক উপস্থিত থাকে।

আনহাতে সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে নৱৰূপ জাতীয় বিদ্যাপীঠে। এই সাংস্কৃতিক অনুষ্ঠানত নৱৰূপ জাতীয় বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীসকলে বণাৰ্ঢ্য কৃষ্টি-সংস্কৃতিৰ চানেকি ধৰিবলৈ সক্ষম হয়।

গ্ৰন্থ বিপণীসমূহত পচন্দৰ গ্ৰন্থ বিচাৰি ভিৰ কৰে গ্ৰন্থ অনৰাগীসকলে। নগাঁৱৰ এই গ্ৰন্থমেলাত নীলমণি ফুকনৰ ‘সম্পূৰ্ণ কবিতা’ , উৎপল বৰুৱাৰ ‘আলিমূৰৰ কেঁকুৰি’, মৃণাল তালুকদাৰৰ ‘মান্দালয়’, জুৰি বৰা বৰগোহাঞিৰ ‘আংকুশ’ সৰ্বাধিক বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd