• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘আত্ম-সন্তুষ্টিৰ বাবে বহু মহিলাই কুকুৰৰ সৈতে শোৱে’ : বিতৰ্কিত মন্তব্য বিজেপি বিধায়কৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2025 10:30 am
70
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীতকালীন অধিবেশনৰ প্ৰথম দিনা কংগ্ৰেছ সাংসদ ৰেণুকা চৌধুৰীয়ে এটা কুকুৰক সংসদলৈ লৈ যোৱাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ মাজতে বিহাৰৰ বিজেপি বিধায়ক প্ৰমোদ কুমাৰৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’টোত প্ৰমোদ কুমাৰে নাৰীৰ বিষয়ে বিতৰ্কিত মন্তব্য কৰা শুনা যায়।

প্ৰমোদ কুমাৰে কৈছিল, “বহু মহিলাই আত্ম-তৃপ্তিৰ বাবে কুকুৰৰ সৈতে শোৱে।” অৱশ্যে পিছত তেওঁ নিজৰ বক্তব্যৰ ব্যাখ্যা দি কয় যে তেওঁ মহিলাসকলক অপমান কৰা নাই, কিন্তু পশ্চিমীয়া সংস্কৃতিয়ে কেনেকৈ ভাৰতীয় সভ্যতাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছে তাৰ এক উদাহৰণহে দাঙি ধৰিছিল।

Apply Now

শেহতীয়াকৈ বিহাৰ বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়ত বিজেপি বিধায়ক প্ৰমোদ কুমাৰে এজন ইউটিউবাৰৰ সৈতে কথা পাতিছিল। সেই সময়তে তেওঁ এই বিতৰ্কিত মন্তব্যটো কৰিছিল। পিছত ভিডিঅ’টো ভাইৰেল হৈ পৰে।

৬ বাৰৰ বিধায়ক আৰু প্ৰাক্তন মন্ত্ৰী প্ৰমোদ কুমাৰে কংগ্ৰেছ সাংসদ ৰেণুকা চৌধুৰীক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “বহুতৰে কুকুৰৰ সৈতে শোৱাৰ অভ্যাস আছে। ম’বাইলত চাব, বহু মহিলাই কুকুৰৰ সৈতে শোৱে। কুকুৰেই তেওঁলোকৰ জীৱনৰ কেন্দ্ৰবিন্দু। সেয়েহে তেওঁ কুকুৰটোক লগত সংসদলৈ লৈ গৈছিল।”

বিহাৰৰ প্ৰধান বিৰোধী দল আৰজেডিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰিয়ংকা ভাৰতীয়ে ছ’চিয়েল মিডিয়াত প্ৰমোদ কুমাৰৰ ভিডিঅ’ শ্বেয়াৰ কৰি বিজেপিৰ ওপৰত কটাক্ষ কৰে। প্ৰিয়ংকাই প্ৰশ্ন কৰে যে ‘পালতু নেতা’সকলে যেতিয়া মহিলাসকলক লৈ এনে অপমানজনক মন্তব্য কৰে, তেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্তুষ্ট হয়নে?ইফালে প্ৰমোদ কুমাৰে কয় যে তেওঁৰ বক্তব্য বিকৃত কৰা হৈছে। তেওঁ কেৱল পশ্চিমীয়া সভ্যতাৰ পটভূমিত বৰ্তমানৰ সমাজৰ ছবিখন তুলি ধৰিছে। তেওঁৰ মতে, পশ্চিমীয়া সংস্কৃতিয়ে যেন ভাৰতীয় সভ্যতাৰ ওপৰত আধিপত্য বিস্তাৰ নকৰে। বিজেপি বিধায়কগৰাকীয়ে লগতে কয় যে তেওঁ কোনো মহিলাক অপমান কৰা নাই আৰু তেওঁৰ মনত কাৰো প্ৰতি অসন্মান নাছিল। তেওঁৰ মতে, সংসদ হৈছে গণতন্ত্ৰৰ মন্দিৰ, আৰু যদি কোনোবাই তাত কুকুৰ এটা লৈ যায়, সেয়া অপমানজনক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd