• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবাদৰ নামত বিজেপিয়ে কৰা অশোভনীয় আচৰণক ধিক্কাৰ কংগ্ৰেছৰ

কংগ্ৰেছৰ দিনতো হৈছিল কিন্তু বিজেপিৰ দিনত কয়লাৰ চোৰাং বেহাই বিশালতা লাভ কৰিছে : মাৰ্ঘেৰিটা কংগ্ৰেছ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 27, 2019 10:09 am
Margherita Congress

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত অবাধ গতিত অব্যাহত চোৰাং কয়লা বেহাৰ বিৰুদ্ধে প্ৰদ্যুত বৰদলৈৰ দৰে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিয়েও কঠোৰ স্থিতি গ্ৰহণৰ কথা ঘোষণা কৰিলে।

বুধবাৰে মাৰ্ঘেৰিটাস্থিত ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি সভাপতি বাসুদেৱ ছেত্ৰীয়ে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনতো কয়লাৰ চোৰাং বেহা চলিছিল কিন্তু বিজেপি চৰকাৰৰ সময়ত কয়লাৰ বেহাই বিশালতা লাভ কৰিছে। কংগ্ৰেছ চৰকাৰৰ সময়ত এই বেহাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান চলিছিল আৰু অবৈধ ভাৱে গোটোৱা বনজ সম্পদ জব্দ হৈছিল। কিন্তু বৰ্তমান অৰাজক ভাৱে এই বেহা চলি আছে বুলি ছেত্ৰীয়ে প্ৰকাশ কৰে।

Apply Now

তেওঁ অৱশ্যে এই তিনিবছৰে এই সন্দৰ্ভত দলীয় ভাৱে প্ৰতিবাদ কৰিব নোৱাৰাটো বিফলতা বুলি স্বীকাৰ কৰে। তেওঁ নগাঁৱৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুত বৰদলৈ ৰাজ্যখনৰে এগৰাকী আগশাৰীৰ নেতা বুলি প্ৰকাশ কৰি তেনে নেতাৰ বিৰুদ্ধে কালি প্ৰতিবাদৰ নামত বিজেপিয়ে কৰা অশোভনীয় আচৰণক ধিক্কাৰ দিয়ে। প্ৰতিবাদৰ নামত কংগ্ৰেছে মাৰ্ঘেৰিটাত কেতিয়াও অশালীন আচৰণ কৰা নাই বুলি কয়।

অন্যহাতে সংবাদমেলখনত উপস্থিত থাকি দলৰ ৰাজ্যিক মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁইয়ে বিজেপিয়ে একাংশ সমৰ্থক তথা কয়লা ব্যৱসায়িক লগত লৈ মাৰ্ঘেৰিটাৰ বাছ আস্থানৰ কাষত কৰা প্ৰতিবাদত নগাঁৱৰ সাংসদ তথা মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুত বৰদলৈৰ পুত্তলিকাক গুৰিয়াই তথা অপমানসূচক মন্তব্য প্ৰকাশ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে৷

উল্লেখযোগ্য যে সাংসদ বৰদলৈয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কয়লা চিণ্ডিকেটত জড়িত থকাৰ লগতে কপালত লোৱা বগা ফোটকলৈ কৰা মন্তব্যৰ প্ৰতিবাদত মঙলবাৰে বিজেপিৰ যুৱ মৰ্চাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।

বৰগোহাঁইয়ে প্ৰদ্যুত বৰদলৈয়ে ১৫ বছৰীয়া শাসনত একো কৰা নাই বুলি বিজেপিয়ে কৰা মন্তব্য হাস্যকৰ আখ্যা দি কয় যে বৰদলৈয়ে নিজ শাসনকালত কিমান কাম কৰিলে সেইয়া মাৰ্ঘেৰিটাবাসীয়ে জানে। তেওঁ মাৰ্ঘেৰিটাৰ জোঁৱাই বুলি কৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো সমালোচনা কৰি দুৰ্নীতিগ্ৰস্ত আখ্যা দিয়ে।

ইফালে এই তিনিবছৰে মাৰ্ঘেৰিটাৰ কোনো ইচ্যুৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা প্ৰদ্যুত বৰদলৈয়ে সাংসদ হোৱাৰ লগে লগে তৎপৰ হোৱা প্ৰসংগত জানিব বিচৰাত সাংবাদিকক সঠিক উত্তৰ দিয়াত ব্যৰ্থ হয় দলটোৰ নেতৃবৃন্দ।

সংবাদমেলখনত জিলা সম্পাদক প্ৰবীণ ৰাজখোৱা, জ্যেষ্ঠ নেতা সৰোজ ৰয়, তৰাপ্ৰসাদ দিহিঙ্গীয়া, নৃপেন ৰয় আদি উপস্থিত থাকে ৷

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd