• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ সম্পৰ্কে চৰকাৰে স্থিতি স্পষ্ট কৰাৰ দাবী মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 26, 2020 7:46 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৎপাদন বন্ধ হৈ থকাৰ লগতে এক চৰম অনিশ্চয়তাত থকা উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ সম্পৰ্কে অসম চৰকাৰে অতি শীঘ্ৰে স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই।

আজি লিডু কেন্দ্ৰীয় ৰঙ্গমঞ্চৰ জিৰণি চ’ৰাত অনুষ্ঠিত সংস্থাৰ এখনি বিশেষ সাধাৰণ সভাত কয়লা উদ্যোগটোৰ ভৱিষ্যতকলৈ আলোচনা কৰাৰ লগতে চৰকাৰে উদ্যোগটোৰ সম্পৰ্কে কোনো কথা স্পষ্ট নক’ৰাত উদ্বেগ প্ৰকাশ কৰে।

Apply Now

মাৰ্ঘেৰিটা মহকুমাৰ অৰ্থনীতি নিৰ্ভৰশীল জাতীয় উদ্যোগটোৰ অচলাৱস্থা অতি শীঘ্ৰে দূৰ কৰিবলৈ সভাই দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।

সংস্থাৰ সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে। সভাত সৰ্বসন্মতিক্ৰমে সংস্থাৰ সংশোধিত সংবিধানখন গ্ৰহণ কৰা হয়।

উক্ত সভাতে সমীৰণ বৰঠাকুৰক সভাপতি মানস প্ৰতিম গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ পাঁচজনীয়া এখন ন্যাস সমিতি গঠন কৰি আৰম্ভণিতে পাঁচ লাখ টকাৰ এক ন্যাস পুঁজি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ নাম একাংশ সদস্য নোহোৱা সাংবাদিকে অপকৰ্মত ব্যৱহাৰ কৰা পৰিলক্ষিত হোৱা বুলি প্ৰকাশ কৰে সাধাৰণ সম্পাদক নেওগে।

সভাই সংস্থাৰ নাম ব্যৱহাৰ নকৰিবলৈ সংশ্লিষ্ট সকলক সকীয়াই দিয়াৰ লগতে ভৱিষ্যত সময়ত এনে সাংবাদিকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল’ব বুলি সভাই সকীয়াই দিয়ে।

সংস্থাৰ উপ সভাপতি সমীৰণ বৰঠাকুৰ, মুখপাত্ৰ মানস প্ৰতিম গগৈ, অনলাইনত উপ-সভাপতি পাৰ্থপ্ৰতীম গোস্বামী, যুটীয়া সম্পাদক তপন দে, খিলানাথ অধিকাৰী, শ্যামল নেওগ, মিঠুন বৰুৱা আদি প্ৰায় সংখ্যক বিষয়ববীয়া উপস্থিত থকা সভাখনত এখন বাৰ্ষিক কৰ্মসূচী গ্ৰহণ কৰা হয়।

কৰ্মসূচী অনুযায়ী- জানুৱাৰিত সংস্থাৰ অধিবেশন, এপ্ৰিলত বহাগৰ আদৰণি, মে’ত পৰাগ কুমাৰ দাস স্মৃতি দিৱস, জুনত ৰাভা দিৱস, আগষ্টত বিশ্ব ফটোগ্ৰাফী দিৱস, নবেম্বৰত প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাই নতুন সদস্য ভৰ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰি লেখাপানী আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ইচ্ছুক সাংবাদিকক সংস্থাৰ সদস্য পদৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায়।

সভাই এতিয়াৰ পৰা সংস্থাৰ কোনো সদস্যই অনুশাসন ভংগ কৰিলে শাস্তুিমূলক ব্যৱস্থাৰ সন্মুখীন হ’ব বুলি স্পষ্ট কৰি দিয়ে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd