• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ল ইণ্ডিয়া লিমিটেডৰ নিৰ্দেশৰ পিছতে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ গণ আন্দোলনৰ হুংকাৰ

ক’ল ইণ্ডিয়া লিমিটেডে উত্তৰ-পূব কয়লাক্ষেত্ৰ, মাৰ্ঘেৰিটাত সকলো খনন সাময়িকভাৱে বাতিলৰ নিৰ্দেশ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 7, 2020 9:24 am
CIL suspends all mining operations of North Eastern Coalfields amid protests

প্ৰতীকী ছবি।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ল ইণ্ডিয়া লিমিটেডে উত্তৰ-পূব কয়লাক্ষেত্ৰ, মাৰ্ঘেৰিটাত সকলো খনন কাৰ্য্য অনিদিষ্ট কাললৈ বন্ধ কৰি দিয়াৰ পিছতে বিষয়টোক লৈ মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এক প্ৰেছ বাৰ্তাৰ জৰিয়তে মাৰ্ঘেৰিটা সাংবাদিক সংস্থা তথা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে এই সম্পৰ্কত ‘অসম চৰকাৰক দৃঢ় স্থিতি গ্ৰহণ কৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো যাতে কোনো পধ্যে বন্ধ নহয় সেইয়া এসপ্তাহৰ ভিতৰত নিশ্চিত কৰিবলৈ’ দাবী জনায়।

Apply Now

ইয়াৰ অন্যথা ‘প্ৰতিষ্ঠানটোৰ স্বাৰ্থত’ ৰাইজ আৰু দল সংগঠনকলৈ তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলিও নেওগৰ লগতে সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ আৰু মুখপাত্ৰ মানস প্ৰতিম গগৈয়ে মন্তব্য কৰে৷

উল্লেখযোগ্য্ যে শেহতীয়াকৈ দিহিং-পাটকাইত কয়লা খননক লৈ বিতৰ্ক আৰু প্ৰতিবাদ চলি থকাৰ মাজতে  উত্তৰ-পূব কয়লাক্ষেত্ৰ, মাৰ্ঘেৰিটাৰ মহাপ্ৰবন্ধকে উপযুক্ত কৰ্তৃপক্ষৰ অনুমোদন মৰ্মে সকলো খনন অভিযান সাময়িকভাৱে বাতিল কৰা হয় বুলি যোৱা ৩ জুনত এক নিৰ্দেশ জাৰি কৰিছিল।

লগতে পঢ়ক প্ৰতিবাদ-বিতৰ্কৰ মাজতে উঃপূঃ কয়লাক্ষেত্ৰত সকলো খনন বাতিলৰ নিৰ্দেশ ক’ল ইণ্ডিয়া লিমিটেডৰ

NEC/GM/2020/34-I নং পত্ৰ যোগে জাৰি কৰা একেটা নিৰ্দেশতে ইতিমধ্যে খনন কৰি জমা ৰখা কয়লা সৰবৰাহৰ ক্ষেত্ৰত অনুমতি দিয়া হৈছে৷

প্ৰতিষ্ঠানটোৰ কলিকতাস্থ মুখ্য কাৰ্যালয়ৰ নিদেৰ্শ মৰ্মে মহাপ্ৰবন্ধকে জাৰি এই নিৰ্দেশৰ পিছতে টিৰাপ কলিয়ৰীত কয়লা খনন চলাই অহা মাইনিং কোম্পানীটোৰ পৰিচালক কৰ্ণেল গগৈয়ে কয় যে বহুপূৰ্বেই প্ৰতিষ্ঠানটোৰ শ্ৰমিকসকলক যিকোনো মুহূৰ্ততে উৎপাদন বন্ধ হ’ব বুলি আশংকা কৰি জাননী জাৰি কৰি ৰখা হৈছিল।

কিছুদিন পূৰ্বে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপ সভাপতি পৰাগ ভূঞা আৰু সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগৰ নেতৃত্বত ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণৰ বাবে এটা প্ৰতিনিধি দল আহোতে মহাপ্ৰবন্ধক যুগল কুমাৰ বৰা, শ্ৰমিকনেতা ভাৰতভূষণ বৰঠাকুৰ, মন্তোষ তায়ে আদিয়ে প্ৰতিষ্ঠানটোৰ শীৰ্ষমহলে একপ্ৰকাৰে বন্ধ কৰাৰ ইংগিত দিয়াৰ কথা ব্যক্ত কৰিছিল৷

উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ পৰা জাগুনলৈকে অৰ্থনৈতিক ভেটি হিচাবে পৰিগণিত হৈ আহিছে উত্তৰ পূৱ কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা৷ উদ্যোগটোত প্ৰত্যক্ষ ভাবে ৪ হেজাৰৰো অধিক স্থায়ী আৰু অংশকালীন কৰ্মচাৰী জড়িত হৈ আছে৷

উদ্যোগটোৰ বছৰি Turnover প্ৰায় ৪৫০ কোটি টকা, বছৰি প্ৰায় ১০০ কোটি টকা চৰকাৰী ৰাজহ যেনে District Mineral Fund,  Royalty আৰু অন্যান্য কৰৰ বাবদ আদায় দি আহিছে বুলি ক’ল ইণ্ডিয়াৰ সূত্ৰত প্ৰকাশ৷

‘ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ সন্মান লাভ কৰা সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত বৃটিছৰ আমোলত স্থাপিত প্ৰতিষ্ঠানটো ইতিহাস হ’ব লগা হ’লে কাললৈ কুখ্যাতি ৰৈ যাব বুলি প্ৰেছ বাৰ্তাৰ জৰিয়তে মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে মন্তব্য কৰে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd