DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধনদাবীৰে সন্ত্ৰাস সৃষ্টি কৰা সত্যজিৎ অসমক মাৰ্ঘেৰিটা আৰক্ষীৰ দ্বাৰা আটক

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
December 20, 2019 9:03 pm
Margherita Story

মাৰ্ঘেৰিটা আৰক্ষীয়ে আটক কৰা সত্যজিৎ অসম। ফটো: নৰ্থইষ্ট নাও

2.1k
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিনে তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তত ধনদাবীৰে সন্ত্ৰাস সৃষ্টি কৰি অহা সত্যজিৎ বড়ো ওৰফে সত্যজিৎ অসমক আজি মাৰ্ঘেৰিটা আৰক্ষীয়ে আটক কৰিছে।

দীৰ্ঘদিনে বিভিন্নজনৰ পৰা ধনদাবী, ট্ৰাক হাইজেক, সয়ম্ভু আন্দোলনকাৰীৰ ৰূপত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা আদি বিভিন্ন অভিযোগত সত্যজিতক আটক কৰি আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ডিগবৈৰ একাংশ গুটখা ব্যৱসায়িক আলফা নেতা জীতেন দত্তৰ নামলৈ সত্যজিতে ধনদাবী কৰিছিল বুলি ডিগবৈ আৰক্ষী থানাত গোচৰ পঞ্জীয়ন হৈ আছিল।

ইয়াৰ পূৰ্বে মাৰ্ঘেৰিটাত জাগুনৰ পৰা অহা এখন কেঁচা তামোল পৰিবাহী ট্ৰাক হাইজেক কৰি পলাতক আছিল।

ইয়াৰ পাছতেই আলফা নেতা জীতেন দত্ত তথা বহুকেইজন আলচনা পন্থী আলফাৰ লগত থকা বিভিন্ন মুহূৰ্তৰ ফটো ফেচবুকত চেয়াৰ কৰি নিজকে সত্যজিৎ অসম বুলি পৰিচয় দি বিভিন্নজনৰ পৰা ভয়-ভাবুকিৰে ধনদাবীৰে তিনিচুকীয়া জিলা খনৰ ডিগবৈ তথা মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল।

আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা সত্যজিতক আটক কৰাত মাৰ্ঘেৰিটা সচেতন মহলে আদৰণি জনাইছেঁ‌।

ধৃত সত্যজিতৰ ঘৰ মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত বুলি জানিব পৰা গৈছে৷

Recent News

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd