DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ডিছপ্লে বৰ্ডত গাঞ্জা : হতবাক প্ৰত্যক্ষদৰ্শী

ভাৰতত ভাং ৰখা, ভাং সেৱন বা বিক্ৰী কৰাটো কঠোৰভাৱে নিষিদ্ধ। বিভিন্ন ঔষধৰ ভিতৰত ভাং অন্যতম।  কোনো ব্যক্তিৰ লগত ভাঙ থাকিলে ব্যক্তিজনৰ বিৰুদ্ধে নাৰ্কটিকছ ড্ৰাগছ এণ্ড ছাবষ্টেন্স এক্ট, ১৯৮৫ৰ অধীনত গোচৰ চলাব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2022 10:25 am
84
VIEWS
Share on FacebookShare on Twitter

ডিছপ্লে বৰ্ড সাধাৰণতে বিজ্ঞাপন বা সজাগতা অভিযানৰ বাবে ব্যৱহাৰ কৰা হয়। কিন্তু মুম্বাইৰ হাজী আলী দৰগাহত পথৰ কাষৰ ডিছপ্লে ব’ৰ্ড এখনত জিলিকি উঠিছে, “গাঞ্জা সেৱন কৰক। প্ৰতিদিনে।” 

তাকে দেখি এতিয়া মায়ানগৰীত সকলোৱে খাইছে থতমত। বাটৰুৱাৰ চকু থৰ হৈ ৰৈ ডিছপ্লে বৰ্ডখনত।

এজন নেটিজেনে টুইটাৰত ডিছপ্লে ব’ৰ্ডখনৰ ভিডিঅ’ পোষ্ট কৰাৰ পিছতেই এতিয়া সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে ডিছপ্লে বৰ্ডখন ।

‘Smoke weed everyday’ message flashes on Mumbai display board; video surfaces #news #dailyhunt https://t.co/zrGRfgnDHI

— Dailyhunt (@DailyhuntApp) December 20, 2022

বহুতে ভিডিঅ’টোত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেক টেগ কৰিছে। 

প্ৰসংগক্ৰমে ভাৰতত ভাং ৰখা, ভাং সেৱন বা বিক্ৰী কৰাটো কঠোৰভাৱে নিষিদ্ধ। বিভিন্ন ঔষধৰ ভিতৰত ভাং অন্যতম।  কোনো ব্যক্তিৰ লগত ভাঙ থাকিলে ব্যক্তিজনৰ বিৰুদ্ধে নাৰ্কটিকছ ড্ৰাগছ এণ্ড ছাবষ্টেন্স এক্ট, ১৯৮৫ৰ অধীনত গোচৰ চলাব পাৰি।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd