• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ অনুমোদন; মিজোৰামৰ প্ৰথমগৰাকী হাইকোৰ্টৰ ন্যায়াধীশ হোৱাৰ পথত মাৰ্লি ভেনকুং

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2021 7:30 am
supreme-court_of_India-570x320-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে শুকুৰবাৰে নিশা দেশৰ বিভিন্ন হাইকোৰ্টসমূহত ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ একেবাৰতে ৬৮গৰাকীৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে।

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে হাইকোৰ্টৰ ন্যায়াধীশৰ বাবে অনুমোদন জনোৱা এই ৬৮গৰাকীৰ ভিতৰত গুৱাহাটী হাইকোৰ্টৰ বাবে মহিলা জুডিচিয়েল অ’ফিচাৰ মাৰ্লি ভেনকুঙৰ নামো আছে।

Apply Now

নিৰ্বাচিত হ’লে, এগৰাকী অনুসূচীত জনজাতিৰ মহিলা ভেনকুঙে হ’ব মিজোৰামৰ পৰা প্ৰথমগৰাকী হাইকোৰ্টৰ ন্যায়াধীশ।

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাৰ নেতৃত্বত গঠিত তিনিজনীয়া সদস্যৰ কলেজিয়ামে যোৱা ২৫ আগষ্ট আৰু ১ছেপ্টেম্বৰত অনুষ্ঠিত বৈঠকত ১১০গৰাকী প্ৰাৰ্থীৰ ( বাৰ’ৰ পৰা ৮২গৰাকী আৰু জুডিচিয়েল চাৰ্বিছৰ পৰা ৩১গৰাকী) নাম বিবেচনা কৰিছিল।

আন দুগৰাকী সদস্য ন্যায়াধীশ ইউ ইউ ললিত আৰু ন্যায়াধীশ এ এম খানিৱালকাৰক লৈ গঠিত কলেজিয়ামে শুকুৰবাৰে নিশা ৬৮গৰাকীৰ নামৰ তালিকা প্ৰকাশ কৰে।

ইয়াৰ ভিতৰত বাৰ’ৰ পৰা ৪৪গৰাকী আৰু ২৪গৰাকী জিলা ন্যায়াধীশ আছে। তালিকাত মুঠতে ১০গৰাকী মহিলা আছে।

সূত্ৰসমূহৰ মতে কলেজিয়ামে সাধাৰণতে অনুমোদনৰ ক্ষেত্ৰত একক সংখ্যাৰ মাত্ৰা অতিক্ৰম নকৰে যদিও একেলগে ৬৮গৰাকীৰ নামত অনুমোদন জনোৱাটোৱে হাইকোৰ্টসমূহত খালী পৰি থকা পদৰ তথা জৰুৰী প্ৰয়োজনীয়তাৰ কথাকে সদৰী কৰে।

উল্লেখ্য যে যোৱা মাহত কলেজিয়ামে পৰম্পৰা ভংগ কৰি একেবাৰতে ৯গৰাকী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নামত অনুমোদন জনাইছিল আৰু তেওঁলোকে যোৱা ৩১ আগষ্টত শপত গ্ৰহণ কৰে।

কলেজিয়ামে ১২খন হাইকোৰ্টত ন্যায়াধীশ নিযুক্তিৰ বাবে এই ৬৮গৰাকীৰ নাম অনুমোদন জনাইছে। নিযুক্তি দিবলগীয়া হাইকোৰ্টসমূহে অসম, ছত্তীশগড়, কেৰেলা, পঞ্জাৱ আৰু হাৰিয়ানা, কৰ্মাটক, মধ্যপ্ৰদেশ, মাদ্ৰাছ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, ৰাজস্থান, এলাহাবাদ, কলকাতাক সামৰি লৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd