• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিয়া পতাৰ বাবে হেঁচা, লিভ ইন পাৰ্টনাৰক হত্যা কৰি ৮ মাহ ফ্ৰীজত ৰাখিলে বিবাহিত প্ৰেমিকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2025 12:53 pm
148
VIEWS
Share on FacebookShare on Twitter

এজন বিবাহিত লোকে নিজৰ লিভ ইন পাৰ্টনাৰক হত্যা কৰি প্ৰায় ৮ মাহ ধৰি মৃতদেহ ফ্ৰীজত ৰখাৰ অভিযোগ উত্থাপন হৈছে। মধ্যপ্ৰদেশৰ দেৱাছত সংঘটিত হৈছে এই ঘটনা। মৃত যুৱতীৰ নাম পিংকি প্ৰজাপতি (৩০)। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জয় পাটিদাৰক।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত সঞ্জয় বিবাহিত। প্ৰায় পাঁচ বছৰ ধৰি পিংকিৰ সৈতে লিভ ইন ৰিলেচনত আছিল। দুয়োজনেই ভাড়াঘৰত বাস কৰিছিল। শেহতীয়াকৈ পিংকিয়ে তেওঁক বিয়া পাতিবলৈ হেঁচা দি আছিল। যাৰ বাবে তেওঁক হত্যা কৰা বুলি ধাৰণা কৰা হৈছে।

তদন্তকাৰীৰ প্ৰাৰম্ভিক অনুমান অনুসৰি যোৱা বছৰৰ জুন মাহত সম্ভৱতঃ যুৱতীগৰাকীক হত্যা কৰা হৈছিল আৰু তেওঁৰ মৃতদেহ ফ্ৰীজত থৈ দিয়া হৈছিল। শুকুৰবাৰে ভাড়াঘৰৰ পৰা দুৰ্গন্ধ নিৰ্গত হোৱাত বৰ্তমানৰ ভাড়াতীয়া আৰু ওচৰ-চুবুৰীয়াই ঘৰৰ মালিক ধীৰেন্দ্ৰ শ্ৰীবাস্তৱক এই বিষয়ে অৱগত কৰে। থানাত খবৰ দিয়ে। ইয়াৰ পিছতে ফ্ৰীজৰ পৰা উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।

আৰক্ষী অধীক্ষক পুনীত গেহলটে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, ২০২৩ চনৰ জুন মাহত শ্ৰীবাস্তৱে সঞ্জয়ক এটা ঘৰ ভাড়াত দিছিল। এবছৰৰ পাছত ঘৰটো খালী কৰি দিলেও সঞ্জয়ৰ কিছু বস্তু-বাহানি তেতিয়াও তাতেই আছিল। সেয়ে, সঞ্জয় প্ৰায়ে ঘৰটোলৈ আহিছিল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd