• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অটো

৩০ ছেপ্তেম্বৰত ভাৰতৰ বজাৰত মুকলি হ’ব মাৰুতি ছুজুকিৰ মধ্যমীয়া দামৰ নতুন ষ্টাইলৰ কাৰ S Presso

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 28, 2019 2:53 pm

1 min read

maruti_suzuki_s-presso_19523842
29k
VIEWS
Share on FacebookShare on Twitter

আগশাৰীৰ গাড়ী নিৰ্মাতা কম্পেনি মাৰুতি ছুজুকিয়ে ভাৰতত মুকলি কৰিব এখন নতুন গাড়ী। গাড়ীখনৰ নাম S Presso।

ইতিমধ্যে কম্পেনিয়ে গাড়ীখন অহা ৩০ ছেপ্তেম্বৰত ভাৰতীয় বজাৰত উপলব্ধ হ’ব বুলি জানিবলৈ দিছে।

কম্পেনিটোৰ এই নতুন বাহনখন দেখিবলৈ প্ৰায় এছ য়ু ভিৰ দৰেই। সেয়ে বহুতে Maruti Suzuki S-Pressoক মিনি এছ য়ু ভি ৰূপেও আখ্যা দিছে।

মাৰুতি ছুজুকিৰ এই বাহনখনে Renault Kwid ক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ব বুলিও কম্পেনিৰ বিষয় ববীয়া তথা বিশেষজ্ঞ সকলে ধাৰণা কৰিছে।

S-Presso বাহনখনত সংস্থাপিত কৰা হৈছে BS-6 ইঞ্জিন। এনে ধৰণৰ ইঞ্জিন সংস্থাপিত কৰা মাৰুতি ছুজুকিৰ এইখনেই প্ৰথম বাহন।

ইফালে নতুনকৈ মুকলি হ’ব লগা এই বাহনখনৰ মূল্য ভাৰতীয় বজাৰত ৩.৭ লাখৰ পৰা ৪.৫ লাখৰ ভিতৰত হ’ব বুলি কম্পেনিয়ে জানিবলৈ দিছে।

আনহাতে গাড়ীখনত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ডুৱেল ফ্ৰণ্ট এয়াৰ বেগছ, এণ্টি ব্ৰেকিং চিষ্টেম আৰু ৰিয়েৰ পাৰ্কিং চেঞ্চৰ ব্যৱহাৰ কৰাৰো প্ৰৱল সম্ভাৱনা আছে।

নতুন ডিজাইন লগতে বহুকেইটা সুবিধা উপলদ্ধ এই বাহনখনক লৈ এতিয়া আশাবাদী মাৰুতি ছুজুকি।

Recent News

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

index.jpg

কাশ্মীৰৰ কুলগামত আইডি বিস্ফোৰণ : ১ গৰাকী জোৱান নিহত, আহত ৩ জোৱান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd