• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ মাৰোৱাৰী সমাজ, উকীল সন্থা আৰু কলেজ শিক্ষকৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 20, 2019 3:00 pm

1 min read

শিৱসাগৰত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ মাৰোৱাৰী সমাজ, উকীল সন্থা আৰু কলেজ শিক্ষকৰ
8.8k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চৌদিশে এতিয়া ‘কা’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। শিৱসাগৰত আজি মাৰোৱাৰী মঞ্চৰ উদ্যোগত আৰু শিৱসাগৰ ৰাইজৰ সহযোগত ‘কা’ বাতিলৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শিৱসাগৰৰ মাৰোৱাৰী সমাজে।

শিৱসাগৰৰ দ’লমুখ চাৰিআলিস্থিত ভাৰত ৰত্ন তথা  সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ তলত ‘কা’ৰ বিৰুদ্ধে এই  প্ৰতিবাদ সাব্যস্ত কৰে।

এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ সম্পাদক, আটাছুৰ উপ সভাপতি বসন্ত গগৈ, প্ৰেছ ক্লাবৰ সম্পাদক ইনামুল হাজৰিকা, ঐক্য সেনা ফৰিদ ইছলাম হাজৰিকা, মনোজ আগৰৱালা, ৰাজেশ চন্দকে ধৰি মাৰোৱাৰী মঞ্চৰ শতাধিক ৰাইজ উপস্থিত থাকে।

আনহাতে সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো উকীল সন্থাই  ‘কা’ বিৰোধী এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে। শিৱসাগৰ উকীল সন্থাৰ শতাধিক অধিবক্তাই উপায়ুক্ত কাৰ্যালয়ৰ পৰা  উলিওৱা এই সমদল  শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰি পুনৰ উপায়ুক্ত কাৰ্যালয়ত অন্ত পৰে।

তাৰোপৰি শিৱসাগৰ মণ্ডলৰ ১৭ খনকৈ কলেজৰ শিক্ষকসকলে ‘কা’ বিৰুদ্ধে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Recent News

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd