• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২০ টকিঅ’ অলিম্পিকৰ পাছতে কেৰিয়াৰ সামৰিব বক্সাৰ মেৰীকমে

এন ই নাও নিউজ এন ই নাও নিউজ
গুৱাহাটী , June 7, 2019 8:43 am

1 min read

mary-kom

ফাইল ফটো

1k
VIEWS
Share on FacebookShare on Twitter

২০২০ চনত অনুষ্ঠিত হ’ব লগীয়া টকিঅ’ অলিম্পিক গেইমছৰ পাছতে কেৰিয়াৰ সামৰিব ছয়বাৰৰ বিশ্ব চেম্পিয়ন মহিলা বক্সাৰ মেৰীকমে। বৃহস্পতিবাৰে মণিপুৰৰ বক্সাৰ গৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰে।

‘মই অৱসৰ ল’ব বিচাৰিছো, হয়তো ২০২০ৰ পাছতে হ’ব। কিন্তু সঁচা অৰ্থত এতিয়াও মোৰ লক্ষ্য দেশৰ বাবে স্বৰ্ণ জয়ী কৰা। ইয়াৰ বাবে বক্সিং কেৰিয়াৰৰ আৰম্ভনিৰ পৰা এতিয়ালৈ যুঁজিয়ে আছো। বক্সিং ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ বহুতো প্ৰতিভাৱান যুৱক-যুৱতী আহিছে। মই আশা কৰো ভাৰতে অতিশীঘ্ৰে দ্বিতীয় গৰাকী মেৰী কম লাভ কৰিব’। এই মন্তব্য বিশ্ব বক্সিং ৰেংকিঙৰ শীৰ্ষস্থানৰ অধিকাৰী মেৰীকমৰ।

উল্লেখ্য যে মেৰীকমে বক্সিং জগতত ভৰি থৈছিল প্ৰায় ১৭ বছৰ পূৰ্বেই। এই দীঘলীয়া কেৰিয়াৰত তেওঁ লাভ কৰিছে অনবদ্য সাফল্য। ইয়াৰ ভিতৰত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ছয়টা স্বৰ্ণ, এটা ৰূপ আৰু অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাটোৱে তেওঁৰ সৰ্বশ্ৰেষ্ঠ সাফল্য।

এইখিনিতে এটা কথা উল্লেখ কৰি থোৱা ভাল যে যোৱাবাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত মেৰীকমে সোণৰ পদক লাভ কৰাৰ লগে লগে তেওঁ কিউবাৰ পুৰুষ বক্সাৰ ফেলিক্স ছেভনৰ সৈতে সমতা স্থাপন কৰিবলৈ সক্ষম হয়। কিউবাৰ এই গৰাকী বক্সাৰেও বিশ্ব চেম্পিয়নশ্বিপত ৬টা স্বৰ্ণ আৰু এটা ৰূপৰ পদক লাভ কৰি থৈছে।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd