• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীবাসীয়ে এক নতুন ৰূপত দেখিবলৈ পাব ইতিহাস সৃষ্টিকাৰী বক্সাৰ মেৰীকমক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2019 11:48 am
Mary-Kom

বক্সাৰ মেৰী কমৰ ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২০ ৰ পৰা ২৪ মে’লৈ গুৱাহাটীত অনুষ্ঠিত হ’ব ইণ্ডিয়ান অ’পেন বক্সিং চেম্পিয়নশ্বিপ। ইয়াৰ মূল আকৰ্ষণ ছয়বাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জনেৰে ইতিহাস সৃষ্টি কৰা তথা অলিম্পিকৰ ব্ৰঞ্জ মেডেলিষ্ট মেৰীকম।

এই প্ৰতিযোগিতাখনত মণিপুৰৰ বক্সাৰ মেৰীকমে বক্সিং কেৰিয়াৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৫১ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

Apply Now

’৫১ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মই অনুশীলন চলাই আছো। মই প্ৰতিযোগিতাখনত সৰ্বোচ্চ দিয়াৰ আবে সাজু হৈছো। এই প্ৰতিযোগিতাখনে আগন্তুক ৱৰ্ল্ড চেম্পিয়নশ্বিপত সহায় কৰিব’। এইদৰে কয় ৩৬ বছৰীয়া মহিলা বক্সাৰ মেৰীকমে।

ইয়াৰ উপৰি তেওঁ এই প্ৰতিযোগিতাখন গুৱাহাটীত অনুষ্ঠিত হোৱাৰ বাবেও আনন্দ প্ৰকাশ কৰে। তেওঁ কয়, ‘উত্তৰ-পূবত এনেধৰণৰ এখন আগশাৰীৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাতো যুৱ বক্সাৰসকলৰ বাবে শুভ লক্ষণ। বিশ্বৰ আগশাৰীৰ বক্সাৰসকলৰ খেল উপভোগ কৰি প্ৰতিভাধৰ যুৱ খেলুৱৈসকল যথেষ্ট পৰিমানে উপকৃত হ’ব’।

সৰুসজাইস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ সহযোগিতাত অসম বক্সিং সন্থাই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

ভাৰতৰ ৩৫ গৰাকী পুৰুষ, ৩৭ গৰাকী মহিলা বক্সাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লগীয়া প্ৰতিযোগিতাখনত বহিঃৰাষ্ট্ৰৰ ১২০ গৰাকী বক্সাৰে অংশ গ্ৰহণ কৰিব বুলি অসম এমেচাৰ বক্সিং সন্থাই জনায়।

আনহাতে প্ৰতিযোগিতাখনত অসমৰ ছয়গৰাকী বক্সাৰে অংশ ল’ব। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব লগীয়া অসমৰ বক্সাৰ কেইগৰাকী হ’ল সদ্য সমাপ্ত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী শিৱ থাপা, অংকুশিতা বড়ো, লাভলিনা বৰগোহাঁই, ফাইলাও বসুমতাৰী, ভাগ্যৱতী কছাৰী আৰু যমুনা বড়ো।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm
বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

October 23, 2026 5:17 pm
ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

October 23, 2026 4:17 pm
গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

October 23, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm
বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

October 23, 2026 5:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd