DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত বহি:ৰাজ্যত কৰ্মৰত যুৱকৰ আদৰণীয় পদক্ষেপ

চিকিৎসাকৰ্মীৰ মাজত মাস্ক,ছেনিটাইজাৰ আৰু অক্সিমিটাৰ বিতৰণ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
June 17, 2021 5:28 pm
dog

*

130
VIEWS
Share on FacebookShare on Twitter

কভিড আতংক পৰিবেশৰ বাবে বহি:ৰাজ্যত কৰ্মৰত বহু যুৱক বৰ্তমান নিজ নিজ গৃহত আৱদ্ধ হৈ ঘৰৰ পৰাই নিজৰ কৰ্ম সম্পাদন কৰি আছে।

তেনে তিনিজন যুৱক ক্ৰমে টীয়কৰ কাকজানৰ পল্লৱ কৃষ্ণ মহন্ত, গুৱাহাটীৰ ৰাজদ্বীপ লেখাৰু আৰু মাজুলীৰ বিক্ৰম কৈৰিয়ে এই অতিমাৰীৰ সময়ত ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ জনুস্থান নামেৰে এক স্বেচ্ছাসেৱী সংগঠনৰ জন্ম দি বিশেষকৈ কভিডৰ আগশাৰীৰ যোদ্ধাসকলক সাধ্য অনুসৰি কিছু সহায়ৰ হাত আগবঢ়াই আহিছে।

তাৰে অংশ স্বৰূপে আজি টীয়কৰ কাকজান পি এইচ চিত চিকিৎসালয়খনৰ অধীনস্থ উপ স্বাস্থ্য কেন্দ্ৰসমূহৰ নাৰ্চ আৰু চিকিৎসাকৰ্মীসকলৰ মাজত মাস্ক,ছেনিটাইজাৰ আৰু অক্সিমিটাৰ বিতৰণ কৰে আৰু সকলো চিকিৎসাকৰ্মীক তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

লগতে অনাগত দিনতো এইদৰে সহায়ৰ হাত আগবঢ়াই যাব বুলি মত প্ৰকাশ কৰে।

Recent News

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd