DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰকাৰৰ নিৰ্দেশলৈ সহাঁৰি: দিনৰ বাৰ বজাৰ লগে লগে জনশূন্য হৈ পৰিল কোকৰাঝাৰ চহৰ

কোকৰাঝাৰত ক'ৰ'ণাৰ সৈতে সন্মুখৰ পৰা যুঁজ দি অহা সংবাদকৰ্মীৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 16, 2021 4:21 pm
Covid19-lockdown-750x375
380
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত কৰ’ণা সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰা প্ৰতি লক্ষ্য ৰাখি আজি কোকৰাঝাৰ প্ৰেছ ক্লাবত জিলাখনৰ সংবাদকৰ্মীৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়োই ।

কৰ’ণাৰ যুদ্ধত সংবাদকৰ্মীসকলেও এক অংশীদাৰ হিচাবে কাম কৰি অহা বুলি কৈ কয় দাওবাইছা বড়োই ।

নিজৰ জীৱন নিজৰ হাতৰ মুঠিত বুলি উল্লেখ কৰি  ইয়াৰ বাবে চৰকাৰে জাৰি কৰা কোভিড SOP ক মানি চলিবলৈ ৰাইজক আহ্বান জনায় বিটিআৰ কাৰ্যবাহী সদস্য গৰাকীয়ে ।

ৰাজ‍্যত ভয়ানক ৰূপত কৰ’ণা সংক্ৰমণ হৈয়েই আছে। সমান্তৰালকৈ কোকৰাঝাৰ জিলাতো মহামাৰী ৰূপ ধাৰণ কৰিছে কৰ’ণা সংক্ৰমণে ।

ক’ৰ’ণা মহামাৰীৰ পৰা ৰাজ‍্যবাসীয়ে পৰিত্ৰাণ পাবলৈ  ৰাজ‍্য চৰকাৰে আজিৰে পৰা নতুন SOP জাৰি কৰিছে। বিটিআৰ সদৰ চহৰ কোকৰাঝাৰবাসীয়েও চৰকাৰৰ পদক্ষেপলৈ সম্পূৰ্ণ সঁহাৰি জনাইছে।

আজি ১১ বজাৰ লগে লগে দেখা গ’ল ব্যৱসায়ী সকলে দোকান-পোহাৰ বন্ধ কৰাৰ দৃশ্য । লগতে ১২ বজাৰ পৰা বলবৎ হোৱা নৈশ সান্ধ‍্য আইনৰ সময়তো সম্পূৰ্ণ স্তদ্ধ  হৈ পৰে কোকৰাঝাৰ চহৰ ।

Recent News

Hiren Gohain

গণতন্ত্ৰৰ জয়যাত্ৰা

গুৱাহাটী মহানগৰীত ৬৫ বছৰীয়া বৃদ্ধই যৌন নিৰ্যাতন চলালে ১২ বছৰীয়া কিশোৰীক

গুৱাহাটী মহানগৰীত ৬৫ বছৰীয়া বৃদ্ধই যৌন নিৰ্যাতন চলালে ১২ বছৰীয়া কিশোৰীক

অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে- ৰিপুন বৰা

অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে- ৰিপুন বৰা

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd