• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

#MaskUpModi : প্ৰধানমন্ত্ৰী মোদীয়ে নিপিন্ধে মাস্ক, টুইটাৰত ট্ৰেণ্ডত #MaskUpModi

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 29, 2021 3:21 pm
jhkh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যই ৰাজ্যই গ্ৰহণ কৰা হৈছে নানান সতৰ্কতামূলক ব্যৱস্থা। অসমৰ দৰে ৰাজ্যতো মাস্ক নিপিন্ধাসকলক জৰিমনা বিহা হ’ব বুলি ঘোষণা কৰা হৈছে।

এনে সময়তো পিছতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েই মাস্ক নিপিন্ধাকৈয়ে ৰাজহুৱা স্থানত ভ্ৰমণ কৰি ফুৰিছে। সেয়ে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশৰ কানপুৰ ভ্ৰমণৰ পিছত #MaskUpModi টুইটাৰৰ আটাইতকৈ ট্ৰেণ্ডিং হেচটেগহৈ পৰিছে।

Apply Now

It is incredibly shameful that our Prime Minister is always roaming around without a mask. Please #MaskUpModi https://t.co/ZDrUtJZBD0

— Rohini Singh (@rohini_sgh) December 29, 2021

কানপুৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাস্ক নিপিন্ধাৰ দৃশ্যই বহুতোকে আচৰিত কৰি তুলিছে। আনক মাস্ক পিন্ধিবলৈ সতৰ্ক কৰি দি অহা মোদীয়ে নিজেই পিছে মাস্ক পিন্ধা নাই!

তেওঁ মাস্ক পৰিধান নকৰাকৈ আৰু সামাজিক দূৰত্ব বজাই নৰখাকৈয়ে আইআইটি-কানপুৰৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে।

https://twitter.com/i_am_pravin_inc/status/1475887212386406404?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1475887212386406404%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fnenow.in%2Fnorth-east-news%2Fmaskupmodi-twitter-pm-kanpur-visit.html

লক্ষ্যণীয়ভাৱে, কোভিড-১৯ৰ অমিক্ৰন প্ৰজাতিয়ে মহাসংহাৰৰ সৃষ্টি কৰিছে।

বুধবাৰে পুৱালৈকে ৭৮১ গৰাকী লোক দেশত অমিক্ৰনত আক্ৰান্ত হৈছে।

https://twitter.com/AlmostIAS/status/1475877851291287553?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1475877851291287553%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fnenow.in%2Fnorth-east-news%2Fmaskupmodi-twitter-pm-kanpur-visit.html

ভাৰতত অমিক্ৰনৰ বাঢ়ি অহা ঘটনাৰ সৈতে, প্ৰধানমন্ত্ৰী মোডীৰ “নো মাস্ক ষ্টাণ্ট”য়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক বিৰক্ত কৰিছে।

“𝐏𝐫𝐚𝐜𝐭𝐢𝐜𝐞 𝐰𝐡𝐚𝐭 𝐲𝐨𝐮 𝐏𝐫𝐞𝐚𝐜𝐡…!!” @narendramodi #MaskUpModi pic.twitter.com/KGeHjrMRcv

— Abu Saker Jamader (@Jamadersaker) December 29, 2021

এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছিল: “তেওঁ এনে এক কল্পনাসৃষ্ট পৃথিৱীত বাস কৰে য’ত কেৱল তেওঁ আৰু কেমেৰাহে থাকে আৰু কেমেৰাৰ সুবিধাৰ বাবে তেওঁ অস্তিত্বহীন লোকসকলৰ ফালে ঢৌ ঠেলি দিয়ে’।

টুইটাৰ ব্যৱহাৰকাৰীসকলে প্ৰধানমন্ত্ৰী মোডীৰ পূৰ্বৰ বিদেশ ভ্ৰমণৰ পুৰণি ফটোও শ্বেয়াৰ কৰিছিল, য’ত ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ইমানুৱেল মেক্ৰ’নৰ সৈতে বাৰ্তালাপ কৰোঁতে তেওঁক মাস্ক অবিহনে দেখা গৈছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd