• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেদখলকাৰীৰ কবলত আহোমযুগীয়া বহুকেইটা গড়, নিৰ্বিকাৰ চৰকাৰ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
June 27, 2021 3:59 pm
covid-vaccine-mixing
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ‍্যৰ ঐতিহাসিক সমলবোৰ ৰক্ষাৰ বাবে আছে চৰকাৰী বিভাগ। কিন্তু চৰকাৰী অনিহা আৰু স্থানীয় ৰাইজৰ সচেতনতাৰ অভাৱে এতিয়া ঐতিহাসিক সমলসমূহৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। যাৰ ফলস্বৰূপে এতিয়া নিচিহ্ন হোৱাৰ পথত কলিয়াবৰৰ পূব প্ৰান্তত কাজিৰঙাৰ গাতে লাগি থকা ৰাঙলু গড়।

আহোমৰ ৰণথলীৰূপে প্ৰতিৰক্ষাৰ দিশৰে নিৰ্মাণ কৰা কলিয়াবৰত আহোম যুগীয়া বহুকেইটা গড় এতিয়া বেদখলকাৰীৰ কবলত। কলিয়াবৰত থকা আহোম যুগতে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত নিৰ্মিত ঐতিহাসিক ৰাঙলু গড় বৰ্তমান অস্তিত্বৰ সংকটত।

Apply Now

৩৭ নং ৰাষ্ট্ৰীয় পথৰ প্ৰায় গাতে লাগি থকা জখলাবন্ধাৰ সমীপৰ এই গড়টো বিগত সময়ছোৱাত স্থানীয় লোকেও ক্ষতিসাধন কৰিছে।

গড়টোৰ দুয়োকাষে বিস্তৃত খেতিপথাৰৰ পানী বোৱাই নিয়াৰ বাবে গড়টোৰ এটা অংশ কাটি পেলোৱাৰ পাছতো ৰাজ‍্যৰ প্ৰত্নতত্ব বিভাগৰ চকুত নপৰিল।

dog
*

তদুপৰি ভাৰতীয় তেল নিগমৰ ১৯৬২ চনত নাহৰকটীয়াৰ পৰা নুনমাটি তেল শোধনাগাৰলৈ খাৰুৱা তেল পৰিবাহী পাইপলাইন এই গড়টোৰ মাজেৰে পাৰ কৰি নিয়াৰ পাছতো এক বহৎ অংশ ইতিপূৰ্বেই কাটি পেলাইছিল।

পৰৱৰ্তী সময়ত ১৯৬৪ চনত বাৰাউনীলৈ বৰ্দ্ধিত কৰা এই পাইপলাইন কিছুদিনৰ পূৰ্বে মেৰামতি কৰাৰ গইনা লৈ গড়টোৰ পূৰ্বতকৈ পুনৰ বহলকৈ কাটি পেলাইছে।

এইবাৰো পূৰ্বৰ দৰে গড়টো তেনেকৈয়ে মেৰামতি নকৰাকৈয়ে ভাৰতীয় তেল নিগমে দায়িত্ব সামৰে।
উল্লেখযোগ‍্য যে, এই পাইপলাইনৰ সমীপতে আছে ভাৰতীয় তেল নিগমৰ পাম্পিং ষ্টেছন।

গড়টোৰ অস্তিত্ব প্ৰতি কঢ়িয়াই অনা ভাবুকিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা। কলিয়াবৰ ছাত্ৰ সন্থাই এই বিষয় লৈ অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ তথা তেল নিগম কৰ্তৃপক্ষক অনতি পলমে গড়টোৰ কাটি পেলোৱা স্থান সোনকালে মেৰামতি কৰিবলৈ দাবী জনায়।

আনহতে, ঐতিহাসিক গড়টোৰ গাতে লাগি থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্য‍্যটকৰ বাবে এই গড়টো অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ থল আছে বুলি স্থানীয় সচতন মহলে মন্তব্য কৰিছে।

উল্লেখযোগ‍্য যে, আহোম শাসন কালত সামৰিক সুৰক্ষাৰ দিশেৰে অতিকৈ গুৰুত্বপূৰ্ণ কলিয়াবৰৰ আন বহুকেইটা গড় এতিয়া অস্তিত্বৰ সংকটত।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd