DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ নেমকেয়াৰ হস্পাতালৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড; ৰোগী সকলক অন্য কোঠালৈ স্থানান্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 26, 2019 4:20 pm
Fire image

অগ্নিকাণ্ডৰ দৃশ্য

373
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটী মহানগৰীৰ নেমকেয়াৰ হস্পাতালৰ সমীপত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি এক অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হয়।

চিকিৎসালয়খনৰ কাষতে থকা ‘গুঞ্জন’ নামৰ মিঠাইৰ দোকানখনত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়।

বিয়লি প্ৰায় ৩ বজাত এই অগ্নিকাণ্ডৰ ঘটনাৰটো সংঘটিত হয়।

জানিব পৰা মতে, মিঠাই দোকানখনৰ ছিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে জুইৰ সূত্ৰপাত হয়।

মুহূৰ্ততে জুইৰ লেলিহান শিখাই কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আগুৰি ধৰে। গুঞ্জন, উজ্জ্বল নামৰ মিঠাই দোকান দুখনক ধৰি মুঠ ৫ খন ব্যৱসায়িক প্ৰতিষ্ঠানত জুইয়ে আগুৰি ধৰে।

অগ্নিকাণ্ডটোৰ ফলত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যোৱা বুলি সন্দেহ কৰিছে দোকানখনৰ স্বত্বাধিকাৰী গৰাকীয়ে।

চান্দমাৰিৰ পৰা যোৱা ৪ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে প্ৰায় আধাঘণ্টা জোৰা প্রচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

আনহাতে, অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাছতে নেমকেয়াৰ হস্পাতালৰ পুৰণা বিল্ডিঙৰ পৰা ৰোগী সকলক অন্য কোঠালৈ স্থানান্তৰ কৰা হয়।

Recent News

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd