• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

বিধেয়কৰ বিৰোধিতাৰে শ্বিলঙত বিশাল প্ৰতিবাদী সমাৱেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2019 10:22 am
rally-750x375

শ্বিলঙত বৃহস্পতিবাৰে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে বিশাল সমাৱেশ। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৃহস্পতিবাৰে শ্বিলঙত মেঘালয়ৰ খাচী আৰু জয়ন্তীয়া পাহাৰৰ পৰা অহা বিপুল সংখ্যক লোকে এখন গণ সমাৱেশত সমস্বৰে প্ৰতিবাদত মুখৰ হৈ পৰে। সমাৱেশত মেঘালয় গণতান্ত্ৰিক মৰ্চা (এমডিএ) চৰকাৰক অনপ্ৰৱেশৰ সমস্যা ৰোধ কৰিবলৈ শীঘ্ৰেই আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে আহ্বান জনোৱা হয়।

উক্ত গণ সমাৱেশত বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দকে ধৰি ৪০,০০০ তকৈয়ো অধিক লোকে অংশগ্ৰহণ কৰে।

Apply Now

জইঅ’ৰ ষ্টুডেন্টছ ফিল্ডত অনুষ্ঠিত সমাৱেশখনৰ আয়োজন কৰে কনফেডাৰেশ্যন অৱ হাইনিউট্ৰেপ ছচিয়েল অ’ৰ্গেনাইজেশ্যন (চিঅ’এইচএছঅ’)ৰ অধীনত একত্ৰিত হোৱা ১৪ টা সংগঠনে।

সমাৱেশত খাচী পাহাৰ স্বায়ত্ত শাসিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য এইচ এছ শ্বিলাই মেঘালয়ৰ এনপিপি নেতৃত্বাধীন এমডিএ চৰকাৰখনক আন্ত:ৰাজ্যিক পাৰপত্ৰ ৰূপায়নৰ সম্পৰ্কিত এটা নিয়মকে ধৰি পৰিষদে গৃহীত কৰা বিধেয়ক গ্ৰহণ নকৰাৰ বাবে সমালোচনা কৰে।

শ্বিলাই ঘোষণা কৰে যে তেওঁ নেশ্যনেল পীপলছ পাৰ্টিৰ (এনপিপি)পৰা পদত্যাগ কৰিছে আৰু চৰকাৰক আন্ত:ৰাজ্যিক পাৰপত্ৰ ৰূপায়নৰ লগতে পৰিষদে গৃহীত কৰা সকলো বিধেয়কত মেঘালয়ৰ ৰাজ্যপালৰ অনুমোদন ল’বলৈ এসপ্তাহ সময় বান্ধি দিয়ে।

চিঅ’এইচএছঅ’ৰ অধ্যক্ষ ৰবাৰ্টজুনে খাৰজাহৰিনেও সমাৱেশত হাজাৰ হাজাৰ জনতাৰ সমন্বিত ধ্বনিৰ মাজতে ‘’নাগৰিকত্ব বিধেয়ক নহ’ব, আন্ত:ৰাজ্যিক পাৰপত্ৰ লাগে’(no CAB, yes ILP) প্ৰস্তাৱ ঘোষণা কৰে।

শ্বিলাই কয় যে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে নাগৰিকত্ব বিধেয়ক গৃহীত কৰিবলৈ আকোঁৰগোজ হৈ থকালৈ চাই খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ একমাত্ৰ উপায় হৈছে আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ প্ৰৱৰ্তন।

যুনাইটেড ডেম’ক্ৰেটিক ফ্ৰন্টৰ (য়ুডিপি) নেতা  তথা প্ৰাক্তন মন্ত্ৰী পল লিংডোৱেও কয় যে যদি এনডিএ চৰকাৰে বিধেয়কখন গৃহীত কৰে, তেতিয়াহ’লে এই বিষয়টো ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ বিচাৰি আন্তৰ্জাতিক পৰ্যায়লৈ লৈ যোৱা উচিত হ’ব।

বিভিন্ন সংগঠন আৰু ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে একে সুৰে সমাৱেশত নাগৰিকত্ব বিধেয়কখনৰ বিৰোধিতা কৰাৰ লগতে ৰাজ্যখনত অবৈধ অনুপ্ৰৱেশকাৰী তথা বহিৰাগতৰ প্ৰব্ৰজন ৰোধ কৰিবলৈ আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা ৰূপায়নৰ দাবী তোলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd