DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামুলপুৰ মহকুমাক ৰেড জন ঘোষণা কৰাৰ পিছতে বিভিন্ন ঠাইত চেনিটাইজেছন মহকুমা প্ৰশাসনৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
June 26, 2021 3:47 pm
ty
234
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্যৰ ভিতৰত ১৫ খন জিলাত কোভিড ১৯ ৰ ভয়াৱহ সংক্ৰমণ অব্যাহত আছে। তামুলপুৰ মহকুমাৰ ভিতৰত তামুলপুৰ মহকুমা সদৰ, নাগ্ৰীজুলি, কুমাৰীকাটা, কচুকাটা, গান্ধীবাৰীকে ধৰি বিভিন্ন ঠাইত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত এই অঞ্চল সমূহ স্বাস্থ্য বিভাগে ৰেড জন হিছাপে ঘোষণা কৰিছে।

সমগ্ৰ মহকুমাত কোভিড ১৯ ৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে তামুলপুৰ মহকুমা প্ৰশাসন।

ইয়াৰ অংশ হিচাপে আজি তামুলপুৰ মহকুমাৰ মহাকুমাধিপতি ডাঃ বেদাঙ্গ তালুকদাৰৰ তত্বাৱধানত মহকুমা সদৰৰ মটঙা চ’ক, ঘগ্ৰা চ’ক, তামুলপুৰ পূৰণ চ’ক, কুমাৰীকাটা, গান্ধীবাৰী আদি ঠাইত চেনিটাইজ কৰাৰ ব্যৱস্থা কৰে।

মহকুমা প্ৰশাসনে মহকুমাটোৰ বিভিন্ন অঞ্চলত মাইক যোগে কোভিড বিধি মানি চলাৰ বাবে ঘোষণাও কৰে আৰু ৰাইজক সতৰ্ক কৰি দিয়ে।

ৰাইজক মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলাৰ লগতে অনাহকত বাহিৰলৈ ওলাই নাহিবলৈও মহকুমাধিপতি ডাঃ বেদাঙ্গ তালুকদাৰে ৰাইজক আহ্বান জনায়।

Recent News

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd