DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাবালিকাক ধৰ্ষণ কৰি হত্যা; অপৰাধৰ ৫৭ দিনৰ ভিতৰতে দোষীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 10, 2022 12:22 pm
145
VIEWS
Share on FacebookShare on Twitter

Court sentences man to death for raping and killing minor মথুৰাৰ এখন আদালতে এগৰাকী ১০ বছৰীয়া নাবালিকাক ধৰ্ষণ আৰু হত্যা কৰাৰ অভিযোগত দোষী সাৱ্যস্ত এজন লোকক মৃত্যুদণ্ডৰ নিৰ্দেশ দিছে। অপৰাধৰ ৫৭ দিনৰ ভিতৰতে বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে। ন্যায়াধীশ বিপিন কুমাৰে শুকুৰবাৰে অভিযুক্ত ৩০ বছৰীয়া সতীশ কুমাৰক মৃত্যুদণ্ড প্ৰদান কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, লোকজনে ১০ বছৰীয়া নাবালিকাগৰাকীক অঞ্চলটোৰ ‘ভাণ্ডাৰা’ (য’ত খাদ্য খুওৱাৰ ব্যৱস্থা কৰা হয়) লৈ যোৱাৰ অজুহাতত তাইক নিজৰ ঘৰলৈ লৈ গৈ ধৰ্ষণ কৰিছিল।

লগতে পঢ়ক: গুজৰাট বিধানসভাৰ ১৮২খন আসনত মুছলমান বিধায়ক এজন; কংগ্ৰেছৰ টিকটত জয়ী ইমৰান

যুৱকজনৰ বিৰুদ্ধে ছোৱালীজনীক ধৰ্ষণ কৰাৰ পিছত শ্বাসৰুদ্ধ কৰি হত্যা কৰা আৰু তাইৰ শৰীৰটো জংঘলত পেলাই দিয়াৰ অভিযোগ আছিল।

আৰক্ষীয়ে ১৩ অক্টোবৰত ছোৱালীজনীৰ মৃতদেহ উদ্ধাৰ কৰিছিল। ছোৱালীজনীৰ মাতৃয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল।

ছোৱালীজনীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ছয় ঘণ্টাৰ ভিতৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে জানিবলৈ দিছিল যে মানুহজন বিবাহিত আছিল। পেছাত দৰ্জী লোকজনৰ পত্নীৰ সৈতে বিবাদ আছিল। সেয়ে, তেওঁলোকে পৃথকে বাস কৰে।

লগতে পঢ়ক: ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান

উপ আৰক্ষী অধীক্ষক প্ৰবীণ মালিকে কয় যে অভিযুক্তৰ বিৰুদ্ধে দ্ৰুত তথ্য প্ৰমাণৰ ভিত্তিত এমাহৰ ভিতৰতে অভিযোগনামা দাখিল কৰা হৈছিল। তাৰ পিছতে ক্ষিপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হয়।

Recent News

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd