• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

স্বমেহন : হঠাৎ দীৰ্ঘদিনীয়া অভ্যাস এৰি দিলেও হ’ব পাৰে বিপদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2023 8:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীৱনৰ সংগী নথকা অৱস্থাত বহু পুৰুষৰ হস্তমৈথুন বা স্বমেহনৰ অভ্যাস থাকে যদিও বহু পুৰুষে সংগী পোৱাৰ পিছত এই অভ্যাসটো পৰিত্যাগ কৰে। কিন্তু সংগীৰ হেঁচাতেই হওক বা ৰুচি সলনিৰ বাবেই হওক, যদিহে এই দীৰ্ঘদিনীয়া অভ্যাসটো হঠাতে বন্ধ হয়, তেন্তে যিকোনো মুহূৰ্ততে হতাশাই পুৰুষক আগুৰি ধৰিব পাৰে। গৱেষণায়ো তেনেকৈয়ে কয়।

পুৰুষক হস্তমৈথুনৰ নিচাৰ পৰা আঁতৰি আহিবলৈ বহুতো সংস্থাই অনলাইনত ইতিবাচক পৰামৰ্শ আগবঢ়ায়। কিন্তু কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে কয় যে যদি আপুনি এই অভ্যাসটো হঠাতে বন্ধ কৰি দিয়ে তেন্তে কেৱল ভাগৰেই নহয়, বিভিন্ন শাৰীৰিক সমস্যাও হ’ব পাৰে।

Apply Now

অধ্যয়নত অংশগ্ৰহণ কৰা ৫৮৭ জন পুৰুষৰ সকলোৱে গৱেষকসকলৰ কথাত একমত প্ৰকাশ কৰে। তেওঁলোকে কয় যে হঠাৎ হস্তমৈথুনৰ পুৰণি অভ্যাস এৰি দিয়াৰ পিছত তেওঁলোকৰ মন বেয়া লাগে। বহুতে আকৌ আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰে। আনকি, কিছুমানৰ আত্মহত্যাৰ প্ৰৱণতাও দেখা গৈছে গৱেষণাটোত। কেৱল সেয়াই নহয়, পিছলৈ তেওঁলোকে লিংগ শিথিলতাৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত কৰা আন এক অধ্যয়ন অনুসৰি মাহত কমেও ২১ বাৰ হস্তমৈথুন কৰা পুৰুষে প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।

চিকিৎসকৰ মতে, কেৱল পুৰুষেই নহয়, মহিলাসকলেও মাজে মাজে স্বমেহনৰ অভ্যাস কৰি দৈনন্দিন ভাগৰ আৰু ক্লান্তিৰ উপশম ঘটাব লাগে। কাৰণ, স্বমেহন কৰিলে দুটা আনন্দবৰ্ধক হৰম’ন ‘অক্সিট’চিন’ আৰু ‘এণ্ড’ৰ্ফিন’ৰ নিঃসৰণ বৃদ্ধি পায়। এই দুই হৰম’নে মানসিক চাপমুক্ত কৰি ৰখাত সহায় কৰে।

কিন্তু কেৱল মানসিক ৰোগেই নহয়, এই অভ্যাস কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰিবলৈও সক্ষম। কিন্তু এই অধ্যয়নত মাহত কিমানবাৰ স্বমেহন কৰিব লাগে তাৰ কোনো বৈজ্ঞানিক ব্যাখ্যা নাই। অৱশ্যে অত্যধিক স্বমেহনেও মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ অৱনতি ঘটাব পাৰিব বুলি বিভিন্ন গৱেষণাই কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd