• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাইবাৰ অপৰাধৰ ঘাটিত পৰিণত হৈছে বাংগালুৰু চহৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2021 5:40 pm
Cyber Crime
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী চহৰ আটাইতকৈ বেছি হত্যাৰ ঘটনা হোৱা ঠাই হিচাপে পৰিগণিত হোৱাৰ পিছতে দেশৰ তথ্য প‌্ৰযুক্তিৰ ৰাজধানী বাংগালুৰু চাইবাৰ অপৰাধৰ মূখ্য কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।
দেশৰ চহৰসমূহৰ ভিতৰত বাংগালুৰুত  সৰ্বাধিক চাইবাৰ অপৰাধৰ গোচৰ পঞ্জীয়ন হৈছে।

বাংগালুৰু ২০২০ বৰ্ষৰ সৰ্বাধিক চাইবাৰ অপৰাধৰ গোচৰ পঞ্জীয়ন হোৱা চহৰৰ শীৰ্ষত আছে ।পৰিতাপৰ কথা যে একে সময়তে এতিয়ালৈকে এটা গোচৰতো এজনো দোষী সাব্যস্ত হোৱা নাই।

Apply Now

ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ন সংস্থা (National Crime Registered Bureau ) চমুকৈ এন চি আৰ বি য়ে প্ৰকাশ কৰা ২০২০ বৰ্ষৰ ভাৰতৰ অপৰাধৰ তথ্যা অনুসাৰি চাইবাৰ অপৰাধৰ সংখ্যাই ১৮,৬৫৭ আৰু ইয়াৰ ৪৭% অৰ্থাৎ ৮৮৯২ টা গোচৰেই হৈছে বাংগালুৰুৰ।

অৱশ্যে দেশৰ সৰ্বাধিক চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত ৰাজ্য সমূহৰ ভিতৰত শীৰ্ষত আছে উত্তৰ প্ৰদেশ।

পূৰ্বৰ বৰ্ষৰ তুলনাত বাংগালুৰু চহৰত চাইবাৰ অপৰাধৰ ঘটনা হ্ৰাস পায় । ২০১৯ ত চহৰখনত ১০৫৫৫ টা গোচৰ পঞ্জীয়ন কৰাৰ পৰিৱৰ্তে পৰৱৰ্তী বৰ্ষত ৫২৩৫ টা গোচৰ পঞ্জীয়ন কৰে।

তাৎপৰ্যপূৰ্ণ যে কৰ্ণাটকত বৰ্তমানলৈকে কোনো ব্যক্তিকে দোষী সাব্যস্ত কৰা নাই। এন চি আৰ বিৰ তথ্য অনুসৰি আৰক্ষীয়ে ৩২৯৮ টা গোচৰ নিষ্পত্তি কৰে তৎস্বত্তেও ২২৮০৯ টা গোচৰ তদন্তৰ আপেক্ষাত। ২০২০ ত ৰুজু হোৱা গোচৰ সমূহৰ ২৫৮৩টা গোচৰৰ অভিযোগনামা দাখিল কৰে।

ভাৰতত সৰ্বাধিক চাইবাৰ অপৰাধৰ ঘটনা বাংগালুৰুত পঞ্জীয়ন হৈছে। প্ৰতিবেদন অনুসৰি চহৰ খনত ঠগ- প্ৰবঞ্চনা চাইবাৰ অপৰাধৰ মূখ্য কাৰণ হিচাপে অৱগত কৰে। পঞ্জীকৃত গোচৰ সমূহৰ ৮৩১৮ টা গোচৰ ঠগ- প্ৰবঞ্চনাৰ সৈতে জড়িত। ৮৩টা ব্যক্তিগত প্ৰতিশোধ সম্বন্ধিত, ৩৬২টা সন্মান হানি সম্পৰ্কীয়, ৮৯ টা যৌনতা সম্পৰ্কীয়, ৫টা ৰাজনৈতিক প্ৰতিশোধ আৰু অন্যান্য।

দেশৰ ১৯ খন মহানগৰৰ ভিতৰত দিল্লীৰ পাছতেই দ্বিতীয় সৰ্বাধিক হত্যাৰ ঘটনা বাংগালুৰুত সংঘটিত হৈছে। আনহাতে মুম্বাইত তৃতীয় সৰ্বাধিক হত্যাৰ ঘটনা সংঘটিত হয়।
এন চি আৰ বিৰ তথ্য অনুসৰি বাংগালুৰুত ধাৰা ৩০২ অনুসৰি ১৭৯টা হত্যাৰ ঘটনা ৰুজু হয় আৰু ১৯১ জন লোকে প্ৰাণ হেৰুৱায়। ৪৬১টা গোচৰ আৰু ৪৭৬ জন পিড়িতৰ সৈতে দিল্লী তালিকাৰ শীৰ্ষত আছে। মুম্বাইত ইয়াৰ পৰিমাণ এনেধৰণৰ, ১৪৮ টা গোচৰ আৰু ১৪৯ ভুক্তভোগী।

২০১৯ ৰ তুলনাত ১% (২৮৯১৫)বৃদ্ধিৰে সৰ্বত্ৰ ভাৰতত ২০২০ চনত ২৯১৯৩ টা হত্যাৰ গোচৰ পঞ্জীয়ন কৰা হয় ।

পথ দুৰ্ঘটনা সম্বন্ধিত অৱহেলাৰ কাৰণে মৃত্যৰ ক্ষেত্ৰতো এই তিনিখন চহৰ শীৰ্ষত আছিল। ২০২০ বৰ্ষত এনেধৰণৰ ৬৩৫টা ঘটনাৰ গোচৰ পঞ্জীয়ন হৈছিল আৰু ৬৭৪ জন লোকে প্ৰাণ হেৰুওৱাইছিল

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd