• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীৰ মন্তব্যক লৈ মায়ামৰা সমাজৰ তীব্ৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2020 9:17 pm
ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীৰ ফাইল ফটো

ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীৰ ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰবীন সাংবাদিক, ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীয়ে যোৱা ১ জানুৱাৰীত মুখ্য মন্ত্ৰীয়ে আয়োজন কৰা সাংবাদিকৰ সৈতে বাৰ্তালাপ অনুষ্ঠানত অসমৰ মায়ামৰা সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি কৰা এক মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মায়ামৰা সমাজৰ বিভিন্ন সংগঠনে।

অসমৰ অন্যতম বৃহৎ ধমীয় অনুষ্ঠান শ্ৰীশ্ৰী অষ্টভূজ দেৱৰ বৰভেটি উন্নয়ন সমিতিৰ আইন উপদেষ্টা তথা শ্ৰীশ্ৰী গোপাল দেৱ সেৱক সমাজৰ প্ৰধান সম্পাদক মনু বৰুৱাই প্ৰেৰণ কৰা এক বিবৃতিত চক্ৰবৰ্তীয়ে মায়ামৰা সকলৰ প্ৰতি কটু মন্তব্য আগবঢ়োৱা বুলি উল্লেখ কৰি তেওঁৰ এনে কাৰ্য্যই মায়ামৰা সমাজক ক্ষুভিত কৰি তোলা বুলি দাবী কৰিছে।

Apply Now

বিবৃতিটোত উল্লেখ কৰা মতে সাংবাদিক গৰাকীয়ে  মায়ামৰা বিদ্ৰোহে আহোমৰ ৰাজত্ব শেষ কৰি অসমীয়া জাতিক দুৰ্বল কৰা বুলি মন্তব্য কৰাৰ লগতে আলফাৰ প্ৰসংগত মায়ামৰাসকলক অযথা টানি আনি তাচ্চিল্য কৰিছে।

তেওঁ  ইয়াৰ পূৰ্বেও একাধিকবাৰ মায়ামৰা সমাজক অযথা বিতৰ্কলৈ টানি আনি তাচ্চিল্যসুচক মন্তব্য কৰা বুলি বিবৃতিটোত উল্লেখ কৰি  কোৱা হয় যে দুবছৰৰ পূৰ্বে ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীয়ে মায়ামৰা বিপ্লৱীসকল অসমৰ কুলাংগাৰ আছিল বুলি বিতৰ্কিত মন্তব্য কৰিছিল।

এনে মন্তব্য মায়ামৰা সমাজৰ বাবে  কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মনু বৰুৱাই উল্লেখ কৰি কয় যে  মায়ামৰা বিপ্লৱ ৰজাৰ ধৰ্মীয় নিৰ্যাতন আৰু শোষনৰ বিৰুদ্ধে এক বিপ্লৱ আছিল ।

মায়ামৰা সমাজখনক বাৰে বাৰে অপমান কৰা কাৰ্য ক্ষমাৰ অযোগ্য বুলি মায়ামৰা সমাজে বিবেচনা কৰে আৰু এনেধৰণৰ মন্তব্যৰে মায়ামৰা সমাজ খনক এঘৰীয়া কৰাৰ এক কুটিল চক্ৰান্তত জড়়িত  আছে বুলি অনুমান কৰি বিবৃতিটোত সাংবাদিক গৰাকীৰ এনে  মন্তব্যই  মায়ামৰা সমাজৰ ভক্ত সকলৰ ধৰ্মীয় অনুভূতিত আঘাত হনা বুলি কয়।

অষ্টভূজ দেৱৰ বৰভেটি আৰু যোৰহাট জিলাৰ কেন্দ্ৰীয় মায়ামৰা নামঘৰতো বিষয়টোৰ ওপৰত পৰ্যালোচনা ক্ৰমে ব্যৱস্থা লোৱা হ’ব বুলি বৰভেটি উন্নয়ন সমিতিৰ আইন উপদেষ্টা মনু বৰুৱাই জানিবলৈ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd