• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাতংকৰ কাৰণে উদযাপন কৰা নহয় চলিত বৰ্ষৰ মোহন বাগান দিৱস

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 13, 2020 9:29 pm

1 min read

ক’ৰ’নাতংকৰ কাৰণে উদযাপন কৰা নহয় চলিত বৰ্ষৰ মোহন বাগান দিৱস

প্ৰতিনিধিত্বমূলক চিত্ৰ

549
VIEWS
Share on FacebookShare on Twitter

মহামাৰী ক’ৰ’না ভাইৰাছৰ প্ৰকোপৰ বাবে চলিত বৰ্ষৰ ২৯ জুলাইত আয়োজন কৰিব লগীয়া মোহন বাগান দিৱস উদযাপন কৰা নহ’ব।

মোহন বাগানৰ কাৰ্যকৰী সমিতিয়ে ক’ৰ’নাৰ সংক্ৰমণৰ ভয়াৱহাতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে।

সমিতিৰ মহাসচিব সৃঞ্জয় বসুৱে এই সন্দৰ্ভত কয়, ‍‘এই বৰ্ষটো অনিশ্চয়তাৰে পৰিপূৰ্ণ। ক’ৰ’না ভাইৰাছৰ কাৰণে সাধাৰণ লোক আৰু বিশ্ববাসীৰ বহুত ক্ষতি হৈছে তথা সকলো স্তব্দ হৈ পৰিছে’।

‍‘বৰ্তমান পৰিস্থিতিক লৈ সকলোৱে যুঁজ দি আছে। মই সম্পূৰ্ বিশ্বাসী যে আমাৰ নিৰন্তৰ প্ৰয়াসে ক’ৰ’না ভাইৰাছক নিঃশেষ কৰিব পাৰিম’, এই মন্তব্য বসুৰ।

তেওঁ লগতে কয়, ‍’২৯ জুলাইথ অনুষ্ঠিত হৈ অহা ওহন বাগান দিৱস ১৯১১ চনৰ চমকপ্ৰদ বিজয়ক লৈ আয়োজন কৰি অহা হৈছে। কিন্তু ক’ৰ’না প্ৰকোপৰ বাবে এই বছৰ আয়োজন নকৰাৰ সিদ্ধান্ত লোৱা হৈছে’।

সমতিৰ সিদ্ধান্ত অনুসৰি অনুষ্টুপিয়াকৈ আয়োজন কৰিব লগীয়া মোহন বাগান দিৱসৰ দিনা হকী খেলুৱৈ গুৰবক্স সিং আৰু ক্ৰিকেট খেলুৱৈ পলাশ নন্দীক মোহন বাগান ৰত্ন প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰি হকী খেলুৱৈ অসোক কুমাৰ, ফুটবল খেলুৱৈ প্ৰণব গাংগুলী আৰু এথলীট মনোৰঞ্জন পোৰলক লাফ টাম এচিভমেণ্ট এৱাৰ্ড প্ৰদান কৰিব।

আনহাতে জোছেবা বেটিয়াক সৰ্বশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মানেৰে সন্মানিত কৰা হ’ব।

Recent News

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd