• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাত মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
November 1, 2019 2:54 pm
protest at Barpeta

মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদ

4.3k
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সমগ্ৰ দেশত ৰূপায়ণ হৈ থকা মধ্যাহ্ন ভোজন আঁচনি ৰাজ্য চৰকাৰে বেচৰকাৰী সংস্থাৰ হাতত গতাই দিয়া সিদ্ধান্তৰ বিৰুদ্ধে বৰপেটাত ৰন্ধন কৰ্মী আৰু সহায়িকাসকলে শুকুৰবাৰেও তীব্ৰ বিক্ষোভ কাৰ্য্যসূচী সাব্যস্ত কৰে।

ৰন্ধন কৰ্মী আৰু সহায়িকাসকলে বৰপেটাৰ কদমগুৰিস্থিত কেন্দ্ৰীয় ৰন্ধন শালৰ সন্মুখত বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত শুকুৰবাৰেও একেটা স্থানত পুৱাৰে পৰা বিক্ষোভ কাৰ্যসূচী অব্যাহত ৰাখিছে।

মধ্যাহ্ন ভোজন কৰ্মীসকলৰ প্ৰতিবাদৰ ফলত প্ৰতিবাদস্থলী উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে।

আনহাতে, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সেই স্থানত যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী মোতায়ন কৰিছে।

মধ্যাহ্ন ভোজন কৰ্মী সহায়িকা সন্থাৰ সদস্যা সকলে বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ বাবে দাবী জনায়।

প্ৰতিবাদকাৰী সকলে মধ্যাহ্ন ভোজন আঁচনিৰ দায়িত্ব লোৱা ”এন জি অ’ গো বেক, এন জি অ’ৰ কাৰ্যালয় জ্বলাই দিয়ক, অসম চৰকাৰ হায় হায়” আদি বিভিন্ন শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে, বছৰ বছৰ ধৰি নিম্নতম পাৰিশ্ৰমিকত সেৱা আগবঢ়াই অহা ৰন্ধন কৰ্মী আৰু সহায়িকাসকলক চৰকাৰখনে ষড়যন্ত্ৰমূলকভাবে কামৰ পৰা বিতাৰণ কৰিব বিচৰা কাৰ্য্যক কোনোপধ্যে মানি নলয় বুলি প্ৰতিবাদকাৰীসকলে চৰকাৰক সকীয়াই দিয়ে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd