DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জীৱন বীমাৰ টকা উলিয়াবলৈ ভুৱা মৃত্যু প্ৰমাণপত্ৰ দিয়া চিকিৎসা বিষয়াক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2019 7:39 am
arrested-680x365

প্ৰতিনিধিত্বমূলক ফটো

1.9k
VIEWS
Share on FacebookShare on Twitter

বৰপেটাত পূৰ্বেই মৃত্যু হোৱা এজন লোকক অন্য এটা তাৰিখত মৃত্যু হোৱা বুলি প্ৰমাণ পত্ৰ দি জীৱন বীমাৰ ধন উলিওৱাত সহায় কৰা এজন চিকিৎসক তথা মহকুমা চিকিৎসা বিষয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

চিকিৎসকজন হ’ল চেঙা খণ্ডৰ  প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডা: নুৰুল ইছলাম৷ তেওঁক তাৰাবাৰী আৰক্ষী থানাই এই অভিযোগত গ্ৰেপ্তাৰ কৰে।

ডা: ইছলামে বৰপেটাৰ পালহাজীৰ মোজাম্মিল হক নামৰ যুৱক এজনৰ ২০১৭ চনৰ ৫ জুনত মৃত্যু হোৱা বুলি ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰিছিল, যিখন প্ৰমাণ পত্ৰ লৈ হকৰ পৰিয়ালটোৱে বীমা কোম্পানীৰ পৰা বীমাৰ ধন ১৬ লাখ টকা উলিয়াইছিল৷ কিন্তু মোজাম্মিল হক নামৰ এজন লোকৰ ২০১৬ চনৰ এপ্ৰিলতে মৃত্যু হৈছিল আৰু পিছৰ মৃত্যুটো মিছা আছিল।

পিছত এজন লোকে এই সন্দৰ্ভত এজাহাৰ দিয়াত চিকিৎসকজন আৰু পৰিয়ালৰ এই জালিয়াতি পোহৰলৈ আহে আৰু বীমা কোম্পানিয়ে গোচৰ দিয়ে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ বি/৪২০/১০৬/৪০৯/৪৬৮/৪৭১ ধাৰাৰ অধীনত ১৬১৯/১৯ নম্বৰত গোচৰ ৰুজু কৰে। তদন্ত চলি থকা গোচৰটোতে ডা: নজৰুল ইছলামক ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰৰ পিছতে ডা: ইছলামক বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় আৰু তেওঁক আদালতে দুদিনৰ আৰক্ষীৰ জিম্মাত দিয়ে।

Recent News

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd