• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল চিকিৎসক ছাত্ৰৰ; আহত এজন

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , November 10, 2019 1:10 pm

1 min read

শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল চিকিৎসক ছাত্ৰৰ; আহত এজন

দুৰ্ঘটনাত প্ৰাণ হেৰুৱা প্ৰত্যুষ কুজন কৌশিক

68k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ  চাৰিং দুৱৰাপাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত এজন যুৱকে প্ৰাণ হেৰুৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়।

নিহত যুৱকজনক যোৰহাটৰ মালৌ আলিৰ প্ৰত্যুষ কুজন কৌশিক বুলি চিনাক্ত কৰা হৈছে। প্ৰত্যুষ যোৰহাট চিকিতসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ।

আহত যুৱকজনৰ নাম ৰঞ্জন বৰঠাকুৰ। ৰঞ্জনৰ ঘৰ যোৰহাটৰ তৰাজান বামুণ গাঁৱত।

প্ৰাপ্ত তথ্য মতে দুই বন্ধু প্ৰতুষ আৰু ৰঞ্জনে এ এছ ০৪ চি ১৮৫০ নম্বৰৰ মাৰুটি জেন গাড়ীৰে  ৰাতি শিৱসাগৰৰ পৰা যোৰহাটৰ ঘৰলৈ গৈ থকা অৱস্থাত পুৱতি নিশা প্ৰায় ২.৩০ মান বজাত এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয়।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে এ এছ ০১ ডি চি ০০৫৪। ৰাতিৰ ঘন কুঁৱলীৰ বাবেই দূৰ্ঘটনাটো সংঘটিত হ’ল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

গৌৰিসাগৰ আৰক্ষীয়ে দুয়োকে ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে প্ৰত্যুষ কুজন কৌশিকে মৃত্যুক সাবতি লয়।

আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰঞ্জন বৰঠাকুৰক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

Recent News

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

WhatsApp Image 2021-01-28 at 3.47.13 PM

মৰিগাঁৱৰ জালুগুটিত একেদিনাই দুজনকৈ শিক্ষকৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd