• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দান কৰিছিল ৬ হাজাৰ কোটি টকা, ৰতন টাটাৰ পথেৰেই উন্নতি; কোন এইগৰাকী ব্যৱসায়ী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2025 9:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰতন টাটাৰ কাহিনী আমি সকলোৱে জানো। সাধাৰণ জীৱন যাপন কৰিয়েই তেওঁ কোটিপতি হৈ পৰিছিল। অৱশ্যে তেওঁৰ সময়ত আৰু কেইবাজনো ব্যক্তি আছিল যিসকল সেই তালিকাত থাকিব।

ৰামামূৰ্তি ত্যাগৰাজনৰ জন্ম হৈছিল ভাৰতৰ মাটিত। তেওঁ ইণ্ডিয়ান কনগ্লোমেৰেট শ্ৰীৰাম গ্ৰুপ গঠন কৰিছিল। অৱশ্যে তেওঁ অতি সহজ-সৰল জীৱন আৰু চিন্তা-চৰ্চাৰে আগবাঢ়ি গৈছিল। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান ১ লাখ ৫০ হাজাৰ কোটি টকা।

Apply Now

তামিলনাডুৰ এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৰামামূৰ্তি। অৱশ্যে সৰুৰে পৰা পঢ়া-শুনাত তেওঁ ভাল আছিল। তাকেই সংগী হিচাপে লৈ কঠোৰ পৰিশ্ৰমত মনোনিৱেশ কৰে। তেওঁ চেন্নাইৰ পৰা গণিত লৈ অধ্যয়ন কৰিছিল। তাৰ পিছত তেওঁ কলিকতাৰ পৰা পৰিসংখ্যা লৈ অধ্যয়ন কৰিছিল।

তেওঁ সৰু প্ৰতিষ্ঠান এটাত কাম কৰিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে তাত তেওঁ নিজৰ কামৰ জৰিয়তে উন্নতি কৰি থাকিল। কোটি কোটি টকা উপাৰ্জন কৰাৰ পিছতো তেওঁ এটা সাধাৰণ ঘৰত বাস কৰিছিল আৰু তেওঁ ব্যৱহাৰ কৰা গাড়ীখনৰ দাম আছিল ৬ লাখ টকা।

কিন্তু আশ্চৰ্যজনক তথ্য আছিল যে ৰামামূৰ্তিয়ে তেওঁৰ ৬,২১০ কোটি টকাৰ এটা সম্পত্তি এটা ট্ৰাষ্টক দান কৰিছিল। নিজে কঠিন সময়ৰ পৰা ওলাই আহিছিল বুলিয়েই তেওঁ সকলোৰে বাবে কিবা নহয় কিবা এটা কৰিব বিচাৰিছিল। তেওঁ এই ট্ৰাষ্টৰ পৰা যাতে দুখীয়া সকলে ঋণ লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছিল।

৩৭ বছৰ বয়সত ৰামামূৰ্তিয়ে নিজাকৈ এটা সংস্থা গঠন কৰে। তাতে তেওঁ সকলোকে ঋণত গাড়ী দিবলৈ আৰম্ভ কৰিলে। এইটোৱেই তেওঁৰ জীৱনটো ঘূৰাই আনে। এই সংস্থাটোৰ বৰ্তমান সমগ্ৰ দেশতে ৩৬০০ টা শাখা আছে। তাত ৭০ হাজাৰ কৰ্মচাৰীয়ে কাম কৰে। ইয়াক সৃষ্টি কৰি শ্ৰীৰাম গ্ৰুপে সকলোৰে জীৱনত আন এক আশাৰ কিৰণ সৃষ্টি কৰে। বহু কৰ্মচাৰী তেওঁৰ সংস্থাৰ সৈতে জড়িত। তেওঁলোক সকলোৱে ৰামামূৰ্তিৰ আদৰ্শ লৈ আগবাঢ়িছে।

কোটিপতি হৈও তেওঁক সদায় সাধাৰণ মানুহৰ জীৱনে আকৃষ্ট কৰিছিল। সেয়ে, তেওঁ কেতিয়াও নিজকে আভিজাত্যৰ মাজত ৰখা নাছিল। তেওঁৰ এই আদৰ্শটোৱেই তেওঁক জীৱনত ইমান সফল কৰি তুলিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd