• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৈয়দ মুস্তাক আলী টি-২০ত মেঘালয়ৰ বিপক্ষে অসমৰ শোচনীয় পৰাজয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 12, 2019 9:45 pm

1 min read

Representing image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

3.4k
VIEWS
Share on FacebookShare on Twitter

চৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাৰ গ্ৰুপ-ডিৰ চতুৰ্থ ৰাউণ্ডৰ এখন খেলত চুবুৰীয়া মেঘালয়ৰ বিপক্ষে শোচনীয়ভাৱে পৰাস্ত হয় অসম।

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত মঙলবাৰে অনুষ্ঠিত খেলখনত মেঘালয় চাৰি উইকেটত বিজয়ী হয়।

টজত জয়ী হৈ মেঘালয়ে প্ৰথমে অসমক বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনাই আৰু মেঘালয়ৰ তীক্ষ্ণ বলিং আক্ৰমণৰ বিৰুদ্ধে সংগ্ৰাম কৰি অসমে নিৰ্ধাৰিত ২০ অভাৰত ৭ টা উইকেটৰ বিনিময়ত মাত্ৰ ১০৮ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

অসমৰ হৈ শিৱশংকৰ ৰয়ে সৰ্বাধিক ৫০ ৰাণ কৰাৰ বিপৰীতে চূড়ান্তভেৱে ব্যৰ্থ হয় দুই অপেনাৰ পল্লৱ কুমাৰ দাস(০), স্বৰূপম পুৰকায়স্থৰ(৫) লগতে আই পি এলত চমক সৃষ্টিকাৰী যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ(২)।

অসমে বান্ধি দিয়া ১০৮ ৰাণৰ প্ৰত্যুত্তৰত মেঘালয়ে দুই অপেনাৰ ৰাজ বিশ্ব আৰু পুনেত বিষ্টৰ সাৱলীল বেটিঙৰ সহায়ত ১৮.৫ অভাৰত ৬ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।

অসমৰ হৈ বলিঙত স্বৰূপম পুৰকায়স্থই সৰ্বাধিক তিনিটা উইকেটো দখল কৰাৰ বিপৰীতে অভিলেষ গগৈ আৰু ৰোশন আলমে এটাকৈ উইকেট দখল কৰে।

Recent News

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd