• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেঘালয়ৰ কাৰ্গিল হিৰো কেপ্তেইন কেইচিং ক্লিফোৰ্ড ন’নগ্ৰুমক স্মৰণ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 26, 2020 8:34 pm

1 min read

মেঘালয়ৰ কাৰ্গিল হিৰো কেপ্তেইন কেইচিং ক্লিফোৰ্ড ন’নগ্ৰুমক স্মৰণ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ
198
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই কাৰ্গিল বিজয় দিৱস-২০২০ উপলক্ষে কাৰ্গিল যুদ্ধত চহিদ হোৱা মেঘালয়ৰ বীৰ সন্তান কেপ্তেইন কেইচিং ক্লিফোৰ্ড ন’নগ্ৰুমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

”কাৰ্গিল বিজয় দিৱস ২০২০ উপলক্ষে আমি মেঘালয়ৰ কাৰ্গিল হিৰো কেপ্তেইন কেইচিং ক্লিফোৰ্ড ন’নগ্ৰুমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো, যাৰ অদমনীয় সাহস আৰু সৰ্বোচ্চ ত্যাগে আমাৰ দেশৰ ইতিহাসক গৌৰৱিত কৰিলে। আমি তেওঁক আৰু সকলো কাৰ্গিলৰ বীৰ যোদ্ধাক প্ৰণিপাত জনাইছো,” মুখ্য মন্ত্ৰী চাংমাই টুইটাৰত লিখে।

কেপ্তেইন কেইচিং ক্লিফোৰ্ডে ১২ জে এ কে লাইট ইনফেণ্ট্ৰিৰ এচল্ট টীমৰ সদস্য হিচাপে কাৰ্গিল যুদ্ধত অদম্য সাহসেৰে যুদ্ধ কৰিছিল।

বেল্টিক চেক্টৰত থকা ৪৮১২ দখল কৰাৰ বাবে কেপ্তেইন কেইচিং ক্লিফোৰ্ডৰ দলৰ অৱদানক সকলোৱে একেমুখে স্বীকাৰ কৰিছে।

যুদ্ধ ক্ষেত্ৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছতো কেপ্তেইন কেইচিং ক্লিফোৰ্ডে যুজিবলৈ এৰি দিয়া নাছিল আৰু দেশমাতৃৰ হকে চহিদ হৈছিল।

আজি দেশৰ প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতি, গৃহ মন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে স্থল, জল, বায়ু সেনা বাহিনীৰ সেনা প্ৰধান সকলেও কাৰ্গিলৰ বীৰ যোদ্ধা সকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

Recent News

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd