• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ কয়লা খননক লৈ তদন্তৰ সন্মুখীন মেঘালয় চৰকাৰ! বিশদ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2025 1:56 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয় উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক অবৈধ কয়লা খননৰ গুৰুত্বপূৰ্ণ বিষয়ৰ তদন্তত বিশদ স্থিতি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ন্যায়াধীশ এইচ. থাংখিয় আৰু ডব্লিউ. ডিয়েংডোৰ নেতৃত্বত আদালতে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি.পি. কটকী সমিতিৰ ২৮ সংখ্যক অন্তৰ্বৰ্তী প্ৰতিবেদনৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ জাৰি কৰিছে।

উল্লেখ্য যে শেহতীয়াকৈ ক’ল ইণ্ডিয়া লিমিটেডে (চিআইএল) নিৰ্ধাৰিত ডিপোৰ বাহিৰত ১,৯২,৮৪০.১৩ টন অবৈধ কয়লা উদ্ধাৰ কৰিছে। ইয়াৰ ভিতৰত ১,৮০,২৯৯.৪৮ টন কেৱল ইষ্ট জয়ন্তীয়া পাহাৰত উদ্ধাৰ হৈছে। এই ঘটনাই ৰাজ্যত ব্যাপক অবৈধ খননৰ ইংগিত বহন কৰিছে। ইয়াৰ পিছতে আদালতে ৰাজ্যৰ পূৰ্বৰ প্ৰতিবেদন গ্ৰহণ কৰি কয়লা নিলাম, মাচুল আদায় আৰু নিলাম নীতি ২০২২ৰ সংশোধনীৰ দৰে ব্যৱস্থাৰ ৰূপৰেখা পৰ্যালোচনা কৰিছে।

Apply Now

প্ৰসংগ ক্ৰমে কটকী কমিটীয়ে প্ৰস্তুত কৰা এই প্ৰতিবেদনত বৃহৎ পৰিমাণৰ অবৈধ কয়লা, মেঘালয় অৱবাহিকা উন্নয়ন কৰ্তৃপক্ষৰ (এমবিডিএ) আকাশী জৰীপৰ মানচিত্ৰ ব্যাখ্যাত ব্যৰ্থতা আৰু খনিজ সম্পদ সঞ্চালকালয়ৰ খনি পৰিবহণ চালান (এমটিচি) জাৰিৰ অনিয়মৰ বিষয়ে উত্থাপন কৰিছে। আদালতে উল্লেখ কৰিছে যে এমবিডিএই কমিটীৰ বৈঠকত অংশ গ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ লগতে কয়লাৰ মূল্যায়নৰ প্ৰতিবেদন দাখিল কৰাতো ব্যৰ্থ হৈছে। ইয়াৰ উপৰিও এমটিচিয়ে মালিক-চালকৰ তথ্যৰ অভাৱ আৰু ভুল বাহন নম্বৰৰ ব্যৱহাৰে সংশোধিত আঁচনি, ২০২২ উলংঘা কৰিছে, যাৰ ফলত অবৈধ কয়লা পৰিবহণৰ সুযোগৰ সৃষ্টি কৰিছে।

আদালতে এমএমডিআৰ আইনৰ ২১ নং ধাৰাৰ অধীনত জব্দ কৰা কয়লাৰ গোচৰ ক্ষিপ্ৰতাৰে নিষ্পত্তিৰ বাবে  চাৰি সপ্তাহৰ ভিতৰত নতুন প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। পূব জয়ন্তীয়া পাহাৰত গৰুড়া ইউএভিয়ে উদ্ধাৰ কৰা অতিৰিক্ত কয়লাৰ বিষয়টোও প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হৈছে।

ৰাজ্যই অবৈধ খনন ৰোধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলেও আদালতে পৰিৱেশ নিয়ম কঠোৰ ৰূপত বলবৎ কৰা আৰু মানি চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আদালতে মেঘালয়ত অবৈধ কয়লা খনন নিৰ্মূলৰ বাবে জবাবদিহিতা আৰু ফলপ্ৰসূ ব্যৱস্থা নিশ্চিত কৰাৰ লক্ষ্যৰে এই গোচৰৰ পৰৱৰ্তী শুনানি ২০২৫ চনৰ ২ জুনত নিৰ্ধাৰণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd